DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামুলপুৰত অঘটন: প্ৰশিক্ষণৰত সেনাৰ বোমা পৰিল স্থানীয় লোকৰ বাসগৃহত

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
February 3, 2022 5:56 pm
Tamulpur
182
VIEWS
Share on FacebookShare on Twitter

ভাৰত-ভূটান সীমান্তৰ শুকানজুলি ফায়াৰিং ৰেঞ্জত সেনাৰ বোমা বাৰুদৰ প্ৰশিক্ষণৰ সময়তে সংঘটিত হৈছে এক অস্বাভাৱিক অঘটন৷

ভাৰতীয় সেনাৰ ৩১ নং ফিল্ড ৰেজিমেণ্টৰ প্ৰশিক্ষণ চলি থকাৰ সময়তে দিকভ্ৰষ্ট হৈ এটা বোমা পৰিল স্থানীয় এটি পৰিয়ালৰ ঘৰত।

বোমাটো বিস্ফোৰণৰ লগে লগে পৰমেশ্বৰ হাজদা নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয়। উল্লেখ্য যে দৰিদ্ৰ পৰিয়ালটিয়ে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত এই গৃহটো লাভ কৰিছিল৷

অৱশ্যে ঘটনাৰ সময়ত ঘৰটোত নাছিল কোনো লোক উপস্থিত নথকাৰ বাবে ৰক্ষা পৰে পৰিয়ালটোৰ দুই শিশু সহ মুঠ সাত গৰাকী লোকৰ জীৱন।

পৰমেশ্বৰৰ বাসগৃহৰ পৰা উফৰি যোৱা বোমাৰ অংশ বিশেষ ঘৰৰ কাষতে থকা লুথৰু হাজদাৰ ঘৰতো পৰে যদিও বিশেষ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পৰে।

এই অতৰ্কিত বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে ১ নং পাহাৰপুৰ অঞ্চলটোত হুৱা-দুৱা লাগে৷

অৱশ্যে ঘটনাৰ কিছু সময় পিছতেই ঘটনাস্থলীত উপস্থিত হৈ সেনা বিষয়া সকলে ঘটনা সন্দৰ্ভত গাঁওবাসীৰ ওচৰত ক্ষমা খুজে৷

তদুপৰি ধ্বংসস্তূপত পৰিণত হোৱা পৰিয়ালটোৰ আৱাস গৃহ পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে সেনা বিষয়া সকলে৷

সেনা বিষয়া সকলৰ লগতে দৰংগামেলা আৰক্ষী বিষয়া সহ আৰক্ষীৰ এটি দলো ঘটনাস্থলীত উপস্থিত হয়। ঘটনা সন্দৰ্ভত অঞ্চলটোত কিছু উত্তেজনাৰ সৃষ্টি হৈছিল যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷

Recent News

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd