DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাৰ ১২৮ খন গাঁৱত আম্ফানৰ বাবে হাই এলাৰ্ট জাৰী জিলা প্ৰশাসনৰ

ইয়াছিন আলী by ইয়াছিন আলী
May 21, 2020 11:19 am
index.jpg000

প্ৰতিনিধিত্বমূলক ছবি

4k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশ জুৰি ক’ৰ’না আতংকৰ মাজতে দেশবাসী লৈ আন এটা আতংকময় খবৰে চিন্তিত কৰি তুলিছে সকলোকে।

কিয়নো পশ্চিম বংগ আৰু উৰিষ্যাত আম্ফানে বিস্তৰ ক্ষতি কৰাৰ পিছতে এইবাৰ আগতীয়া কৈ যোৱা নিশা বঙাইগাঁও জিলা প্ৰশাসনে বঙাইগাঁও জিলাৰ ১২৮ খন গাঁৱলৈ সতৰ্কবাণী জাৰী কৰে।

আজিৰ দিনত কোনো কাৰণতে যাতে কোনেও অযথা ঘৰৰ পৰা বাহিৰলৈ নোলায় বা ৰাস্তাত গাড়ী মটৰ লৈ চলা ফুৰা নকৰে। যিহেতু ইতিমধ্যে যোৱা নিশাৰে পৰাই সমগ্ৰ নামনি অসমতে মৃদুবতাহ আৰু বৰষুণ হৈ আছে।

সেইবাবে স্পৰ্শকাতৰ অঞ্চলসমূহত জিলা প্ৰশাসনে সতৰ্কতা জাৰী কৰিছে।

সতৰ্কতা জাৰী কৰা গাঁওসমূহ হৈছে সৃজনগ্ৰাম ৰাজহচক্ৰৰ অন্তৰ্গত আমগুৰী, বালাৰপেট, কাহীবাৰী, টেন্টনপুৰ, তিলপুখুৰী, ঘোৰামাৰা, হৰামৰা, কছাৰপেটি, নাৰাৰভিটা, টোপগাঁওকে আদিকৰি ১৮ খন গাঁও।

আনহাতে মাণিকপুৰৰ ৰাজহ চক্ৰ অন্তৰ্গত ৫৩ খন গাঁও হ’ল- ভাণ্ডাৰ, ছালাবিলা, নোৱাপাৰা, ঔডুবি, বাশবাৰী, ঝাৰাগুৰি, চক্ৰশিলা, নাছনগুৰিকে ধৰি ৫৩ খন গাঁও।

ডাঙতলৰ হাপাচৰা, চিকিমিকি, ঘোৰামাৰা, টাকুমাৰী, নয়াপাৰা আদি কৰি ১৮ গাঁৱলৈ সতৰ্কতা জাৰী।

ইফালে বৈটামাৰী ৰাজহ চক্ৰ ২৮ খন আৰু বঙাইগাঁও ৰাজহ চক্ৰ ১৬ গাৱলৈ নিশা বঙাইগাঁও জিলা প্ৰশাসনে বিশেষ সতৰ্কতা জাৰী কৰে।

তাৰ মূল কাৰণ হল উক্ত গাওঁ সমূহ মানাহ আৰু আই নৈৰ দাতিকাষৰীয়া গাওঁ।

বঙাইগাঁও জিলা প্ৰশাসনে অতি তৎপৰতাৰে দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰি দিয়ে ৰাইজৰ বাবে।

০৩৬৬৪২৩১১৭১ আৰু ৭০৮৬৭৯৩৫০৭ এই দুটা হেল্প লাইন  নম্বৰ মুকলি কৰিছে।

বঙাইগাঁও জিলা প্ৰশাসনে সকলোকে সাৱধানতা অৱলম্বন কৰি চলিবলৈ আহ্বান জনাইছে।

Recent News

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Woman and 6-Year-Old Daughter Gangraped

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd