DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

থলুৱা সাজপাৰৰ সংৰক্ষণ, বিহুৰ মাজতে বঙাইগাঁৱত চলি আছে এনফোৰ্চমেন্ট স্কোৱাডৰ অভিযান

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
April 16, 2022 6:31 pm
থলুৱা সাজপাৰৰ সংৰক্ষণ, বিহুৰ মাজতে বঙাইগাঁৱত চলি আছে এনফোৰ্চমেন্ট স্কোৱাডৰ অভিযান
107
VIEWS
Share on FacebookShare on Twitter

গামোচা অসমীয়া জাতিৰ মৰম, শ্ৰদ্ধা আৰু আন্তৰিকতাৰ প্ৰতীক। এই বৈশিষ্ট্য আৰু অস্তিত্ব ৰক্ষা কৰা প্ৰতিজন অসমীয়াৰে দায়িত্ব আৰু কৰ্তব্য। ভাৰত চৰকাৰে গামোচাৰ লগতে প্ৰতিটো জাতি-জনগোষ্ঠীৰ পৰম্পৰাগতভাৱে হাতে বোৱা বস্ত্ৰ বিদ্যুৎচালিত তাঁতশালত উৎপাদন কৰাত হস্ততাঁত আইন,১৯৮৫ ৰ দ্বাৰা নিষেধাজ্ঞা আৰোপ কৰিছে।

এই নিষেধাজ্ঞা আওকাণ কৰি যি ব্যক্তি বা প্ৰতিষ্ঠানে বিদ্যুৎচালিত তাঁতশালত গামোচা বা অন্যান্য জাতীয় পৰম্পৰাগত সাজপাৰ তৈয়াৰ কৰে বা আমদানি কৰি বিক্ৰী কৰে, সেইসকলৰ ওপৰত চোকা নজৰ ৰাখিবলৈ বঙাইগাঁও জিলাত উপায়ুক্তৰ অনুমোদনক্ৰমে এনফোৰ্চমেন্ট স্কোৱাড গঠন কৰা হৈছে। এই এনফোৰ্চমেন্ট স্কোৱাডত সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াগৰাকীক অধ্যক্ষ, অভয়াপুৰীত থকা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকক সদস্য সচিব, সংশ্লিষ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক সদস্য, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অভয়াপুৰীত থকা চক্ৰ পৰিদৰ্শকক সদস্য, জিলাখনৰ বিষ্ণুপুৰত থকা উইভাৰচ্ এক্সটেনশ্যন চাৰ্ভিচ ইউনিটৰ পৰিদৰ্শকক সদস্য, অভয়াপুৰী আৰু চোকাপাৰাত থকা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ প্ৰশিক্ষকক সদস্য আৰু অভয়াপুৰীত থকা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সকলো চক্ৰ ডেমনষ্ট্ৰেটৰক সদস্য হিচাপে ৰখা হৈছে।

এই এনফোৰ্চমেন্ট স্কোৱাডে জিলাখনত বিদ্যুৎচালিত গামোচা বা আন জাতীয় সাজপাৰ বহি:ৰাজ্যৰ পৰা আমদানি আৰু বিক্ৰীত চোকা নজৰ ৰাখিব যাতে দুখীয়া স্থানীয় শিপিনীৰ হাতে বোৱা পৰম্পৰাগত সাজপাৰৰ বজাৰখন আমদানিকৃত গামোছা বা অন্যান্য সাজপাৰে দখল কৰিব নোৱাৰে।

এই এনফোৰ্চমেন্ট স্কোৱাডে বজাৰ পৰিদৰ্শন কৰি সময়ে সময়ে জিলা উপায়ুক্তক প্ৰতিবেদন দাখিল কৰিব।আৰু সেইমৰ্মে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

বহিঃ ৰাজ্যৰ পৰা আমদানিকৃত গামোচাৰ বিৰুদ্ধে বঙাইগাঁৱত এনফোৰ্চমেণ্ট স্কোৱাডে অভিযান চলাই গৈছে ৷

এই অভিযানত ১৫শতকৈ অধিক গামোচা জব্দ হয় ৷

উল্লেখ্য যে অমীয়াৰ অতিকৈ আপোন বিহুৱানখনো এতিয়া বহিঃ ৰাজ্যৰ পৰা আমদানি কৰি আনি একাংশ ব্যৱসায়ীয়ে ৰমৰমীয়া ব্যৱসায় কৰি থলুৱা শিপিনীসকলক ভাতে মৰাৰ চক্ৰান্তত লিপ্ত হৈ আহিছে ৷

Recent News

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বঙাইগাঁও জিলা অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভা সম্পন্ন

বঙাইগাঁও জিলা অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd