• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ASSAM FLOOD বানৰ কবলত বঙাইগাঁও জিলাৰ ১১০ খন গাঁও,আক্ৰান্ত ৮০,৫৮৬ লোক

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
June 18, 2022 4:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে ৷ বৰং নতুন নতুন গাঁও বানৰ কবলতহে পৰিছে ৷ বৃহস্পতিবাৰে জিলাখনৰ ৮৬ খন গাঁও বানৰ কবলত পৰিছিল যদিও শুকুৰবাৰে এই সংখ্যা ১১০ খনলৈ বৃদ্ধি পাইছে ৷ জিলাৰ পাঁচোটা ৰাজহ চক্ৰ ক্ৰমে বঙাইগাঁও , মাণিকপুৰ, ডাংতল, বইটামাৰী আৰু সৃজনগ্ৰাম আটাইকেইটা ৰাজহ চক্ৰতে শুকুৰবাৰে প্লাবিত হৈছে গাঁও, খেতিপথাৰ আদি।

ফলত পাঁচটা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ১১০খন গাঁৱৰ ৮০,৫৮৬ গৰাকী লোক বানৰ কবলত পৰিছে। একেদৰে ২৯০৮ হেক্টৰ খেতিপথাৰ প্লাবিত হৈছে। পাঁচটা ৰাজহ চক্ৰত বৰ্তমানলৈ মুঠ ১৮ টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে বানাক্ৰান্ত লোকৰ আশ্ৰয়ৰ বাবে ৷

Apply Now

এই আশ্ৰয় শিবিৰত ৪,৪৪১ গৰাকী বানাক্ৰান্ত লোকে আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰত ১১০ গৰাকী গৰ্ভৱতী মহিলা আৰু মাতৃদুগ্ধ পান কৰি থকা শিশুৰ মাতৃ আছে। সেইদৰে জিলাখনৰ সৰু-ডাঙৰ জন্তুৰ লগতে হাঁহ-কুকুৰা মিলি সৰ্বমুঠ ২০২৮১৭ টা জীৱ-জন্তু বানৰ কবলত পৰিছে ৷ বানাক্ৰান্ত লোকসকলক এছ ডি আৰ এফ,এন ডি আৰ এফ আৰু স্থানীয় লোকৰ দ্বাৰা সাধাৰণ নাও তথা মেচিন নাও ব্যৱহাৰ কৰি উদ্ধাৰ কৰা হৈছে। জিলাখনৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চল অধিক বানৰ কবলত পৰিছে ৷

মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৭৯ খন গাঁও বানৰ কবলত পৰাত ৭৫,৮৫০ জন লোক বানত আক্ৰান্ত হৈছে ৷ আনহাতে বঙাইগাঁও ৰাজহ চক্ৰৰ ৩ খন, বইটামাৰী ৰাজহ চক্ৰৰ ৩ খন , ডাংতল ৰাজহ চক্ৰৰ ৬ খন আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ ১৯ খন গাঁও বানৰ কবলত পৰিছে ৷

ইপিনে জিলা প্ৰশাসনে বানাক্ৰান্ত লোকৰ মাজত শুকুৰবাৰে ১৩০৩.৪৩ কুইন্টল চাউল, ২৩৬.৭০ কুইন্টল দাইল,৭১.১৬ কুইন্টল নিমখ, ৩৭৩.১৪ লিটাৰ মিঠাতেল, চিৰা ০.৮৪ কুইন্টল আৰু গুড় ০.১৫ কুইন্টলৰ লগতে শিশুখাদ্যও ৰিলিফ হিচাপে প্ৰদান কৰিছে ৷

পশুখাদ্য হিচাপে ৪৪৩৭.২৮ কুইন্টল গোমৰ ভুচিও বিতৰণ কৰে ৷ ইয়াৰ উপৰিও চেনিটাৰী নেপকিন, মমবাতি, দিয়াচলাই, ম’হ খেদা কইল, ত্ৰিপাল আদিও বানাক্ৰান্ত লোকৰ মাজত বিতৰণ কৰে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd