DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ বিয়োগত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব- অসম প্ৰদেশ সাংবাদিক সন্থাৰ শোক

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
June 4, 2021 2:18 pm
Lakshinandan Bora
144
VIEWS
Share on FacebookShare on Twitter

পাতাল ভৈৰৱী, গঙা চিলনীৰ পাখি, কায়কল্পক ধৰি অনেক কালজয়ী গ্ৰন্থৰ স্ৰষ্টা ,বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ লক্ষ্মীনন্দন বৰাৰ বিয়োগত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে ৷

লগতে বিশিষ্ট কথাশিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

এক প্ৰেছ বিবৃতিত প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিৎ কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাই পদ্মশ্ৰী সন্মানেৰে বিভূষিত, সৰস্বতী সন্মানেৰে সন্মানিত তথা সাহিত্য অকাডেমি বঁটা প্ৰাপকগৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱন আৰু অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয় ৷

আনহাতে বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰাৰ বিয়োগ অসমৰ সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে অসম প্ৰদেশ সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক কুন্তল কলিতাই ৷

এক প্ৰেছ বিবৃতিত সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে জীৱনকালত সাহিত্য ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিভিন্ন বঁটাৰে বিভূষিত বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

Recent News

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

opposition parties goes Supreme Court

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ: চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১৪ টা বিৰোধী দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd