DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত চুমিন্দ্ৰ চৌধুৰীৰ গ্ৰন্থ উন্মোচন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 22, 2022 12:26 pm
দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত চুমিন্দ্ৰ চৌধুৰীৰ গ্ৰন্থ উন্মোচন
142
VIEWS
Share on FacebookShare on Twitter

বিশ্ব সাধুকথা দিৱসৰ দিনাই চুমিন্দ্ৰ চৌধুৰীৰ গল্প আৰু উপন্যাস সংকলন  ‘এজন সাহিত্য অভিযন্তাৰ আত্মকথা’  দিল্লীৰ শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত উন্মোচন কৰা হয় ।

কৰ্মসূত্রে নতুন দিল্লীত থকা চুমিন্দ্ৰ চৌধুৰীৰ ‘বিহংগম দৃষ্টিত মিজোৰাম’ শীৰ্ষক উপন্যাসখন ২০২১ চনৰ আগষ্ট মাহত প্ৰকাশ পাইছিল।

কৰোণা মহামাৰীৰ বাবে দেশজুৰি হোৱা তলাবন্ধৰ সময়তে চুমিন্দ্ৰ চৌধুৰীয়ে তিনিখন উপন্যাস আৰু চল্লিশটা ভিন্নসুৰী গল্প ৰচনা কৰি উলিয়াইছিল।

চৌধুৰীৰ স্ব-ৰচিত এই গল্প আৰু প্ৰবন্ধ সমূহৰ আধাৰতে ভাষা প্ৰকাশনৰ স্বত্বাধিকাৰ মুকুট শৰ্মাই গল্প আৰু প্ৰবন্ধ সমূহ একগোট কৰি ‘এজন সাহিত্য অভিযন্তাৰ আত্মকথা’ নামৰ সংকলনখন প্ৰকাশ কৰি উলিয়াইছে। 

গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত জাপানীজ কৰ্পোৰেট গুৰু বিজয় মিচিহিটো বাত্রাৰ লগতে  চিত্ৰশিল্পী কৰ্ণেল জীতেন্দ্ৰনাথ হাজৰিকা , এপ’লো হাস্পাতালৰ শৈল্য চিকিৎসক ডাঃ সুশীল কুমাৰ জৈন ,লেখিকা জয়ন্তী মালা বৰপূজাৰী, হিৰণ্য দাস, উলুপী কাকতি, দিব্য দত্ত, হীৰেণ দত্ত, শৰ্মিষ্ঠা বৰ্মন, ধ্ৰুৱ শইকীয়া , প্ৰণৱ পাটৰ , অমিত দেৱ, মাৰা কাচো, তন্ময় শইকীয়াৰ লগতে বহু সংখ্যক লোক উপস্থিত আছিল।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd