• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অৱনতি ঘটিছে সীমান্তৰ পৰিস্থিতিৰ, পাঁচ ৰাজ্যৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ বিস্ফোৰক মন্তব্য

'হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰ আসন খনৰ বাবে মুঠেও যোগ্য ব্যক্তি নহয়'

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2021 9:29 am
Himanta Biswa Sarma
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অৱনতি ঘটিছে অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ। এই অভিযোগ কৰিছে মিজোৰাম, মেঘালয়, মণিপুৰ,নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ যুৱ কংগ্ৰেছৰ সভাপতিসকলে।

পাঁচ ৰাজ্যৰ যুৱ কংগ্ৰেছৰ সভাপতি কেইগৰাকীয়ে এক বিবৃতিত এইবুলি অভিযোগ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ চকীত বহাৰ পিছৰে পৰা অসমৰ চুবুৰীয়া ৰাজ্য কেইখনৰ বিৰুদ্ধে অসমে শক্তি প্ৰয়োগ কৰিবলৈ লৈছে।

Apply Now

ইয়াৰ পৰিণতিতে চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সম্পৰ্কৰ অৱনতি ঘটিছে। বিবৃতি খনত স্বাক্ষৰ কৰিছে অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গেলি ইটি,মণিপুৰকংগ্ৰেছৰ সভাপতি মহানন্দ নুংলিপ্পাম,মেঘালয়ৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰিছাৰ্ড মৰং মাৰাক,মিজোৰাম যুৱ কংগ্ৰেছৰ সভাপতি ডঃ লালমালচাউমা ঘাকা,নাগালেণ্ড যুৱ কংগ্ৰেছৰ সভাপতি লিমায়াংমা লংকুমেৰে।

হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰাই কাষৰীয়া ৰাজ্যত অসমৰ আৰক্ষীয়ে বল প্ৰয়োগ কৰি থকা বুলি যুৱ কংগ্ৰেছৰ সভাপতি কেইগৰাকীয়ে অভিযোগ কৰিছে।

সেইবাবেই সীমান্ত অঞ্চলত বাস কৰা লোকসকলৰ মনত ক্ষোভৰ জুই জ্বলি উঠিছে।অসম আৰক্ষীয়ে সীমান্তৱৰ্তী অঞ্চলৰ শস্য পথাৰ ধ্বংস কৰাৰো অভিযোগ তুলিছে যুৱ নেতা কেইগৰাকীয়ে।

এনেবোৰ ঘটনাই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেই খনৰ সৈতে অসমৰ সম্পৰ্ক অৱনমিত কৰা বুলি তেওঁলোকে কয়। অৱনতি ঘটা পৰিস্থিতি উন্নত কৰাৰ ক্ষেত্ৰত নেডাৰ ভূমিকাও পুতৌজনক বুলি যু কংগ্ৰেছৰ সভাপতি কেইগৰাকীয়ে মন্তব্য কৰিছে।

তেওঁলোকে কয় যে শেহতীয়া ঘটনাক্ৰমে প্ৰমাণ কৰিছে যে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন আৰু বিকাশৰ বাবে মেডা গঠন কৰা হোৱা নাছিল।

বিজেপিয়ে উত্তৰ পূৰ্বাঞ্চলত আধিপত্য বিস্তাৰ কৰাৰ বাবেহে নেডা গঠন কৰা হৈছিল বুলি পাঁচ ৰাজ্যৰ যু কংগ্ৰেছৰ সভাপতি কেইগৰাকীয়ে তীৰ্যক মন্তব্য কৰিছে।

উত্তৰ পূৰ্বাঞ্চলৰ ঐক্য অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলিও তেওঁলোকে কয়।হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰ আসন খনৰ বাবে মুঠেও যোগ্য ব্যক্তি নহয় বুলিও তেওঁলোকে মন্তব্য কৰিছে।

উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ স্বাৰ্থতে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাবলৈ নেতা কেইগৰাকীয়ে দাবী জনায়।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd