DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

ছফিকুলৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ জি পি সিঙৰ

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
May 22, 2022 3:27 pm
370
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীয়ে আটক কৰা এজন লোকৰ আৰক্ষীৰ জিম্মাতে মৃত্যু হোৱাৰ ঘটনাৰ পিছতে উত্তেজিত একাংশ লোকে বটদ্ৰৱা থানা জ্বলাই দিয়াৰ চাঞ্চল্য আজিও অব্যাহত আছে।

এনে সময়তে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ছফিকুলৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ নিৰ্দেশ দিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। থানা আক্ৰমণৰ ঘটনাটোৰ তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী গোট গঠন কৰা হ’ব বুলিও সিঙে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে।

তেওঁ লগতে কয় যে ছফিকুলৰ পোষ্টমোৰ্টেম ৰিপৰ্ট আৰু ফৰেনছিক ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

ঘটনাৰ ভিডি’অ ফুটেজৰ দ্বাৰা দোষীক বিচাৰি উলিওৱা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। ইতিমধ্যে থানা আক্ৰমণৰ ঘটনাত জৰিত বহু কেইজন লোকক গ্ৰেপ্তাৰ আৰু আটক কৰা হৈছে।

থানা আক্ৰমণত আগভাগ লোৱাৰ অভিযোগত নগাঁও সদৰ আৰক্ষী থানাত বটদ্ৰৱাৰ কাণ্ডৰ সৈতে জড়িত ১৫ গৰাকী মহিলাক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

বাহনত অগ্নিসংযোগৰ পূৰ্বে  তেল ঢালি দিয়া  অষ্টম শ্ৰেণীত পঢ়ি থকা কিশোৰীগৰাকীৰ ভাষ্যও গ্ৰহণ কৰা হৈছে।

আক্ৰমণকাৰীসকলৰ সৈতে ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ কিবা যোগাযোগ আছে নেকি সেয়া পৰীক্ষা কৰি চাবলৈও জি পি সিঙে নগাঁৱৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে।

নষ্ট হোৱা ফাইল, কেছ ডায়েৰি, এহাজাৰ আদি পুনৰুদ্ধাৰ কৰা হ’ব বুলিও সিঙে প্ৰকাশ কৰে।

Recent News

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd