• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

FIFA World Cup 2022: খেলপথাৰলৈ ঘুৰি আহিল চাম্বাৰ ছন্দ! দক্ষিণ কোৰিয়াক বিদায় দি কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2022 8:31 am
151
VIEWS
Share on FacebookShare on Twitter

বহু দিনৰ পিছত ফুটবল খেলপথাৰত দেখা পোৱা গ’ল চাম্বা নৃত্য। হালধীয়া-নীলা জাৰ্চী ধাৰীসকলৰ নৃত্যই মুগ্ধ হৈ পৰিল ফুটবল বিশ্ব। নিৰ্ধাৰিত ৯০ মিনিটৰ শেষত ব্ৰাজিলে দক্ষিণ কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰি কাটাৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল নিশ্চিত কৰে।

কাটাৰ বিশ্বকাপৰ অন্তিম ষোল্লৰ খেলখনত ব্ৰাজিলে দক্ষিণ কোৰিয়াৰ সৈতে যেন অনুশীলন মেচহে খেলিছিল। দোহা ষ্টেডিয়াম ৯৭৪-ত ব্ৰাজিলে প্ৰথমাৰ্ধত চাৰিটা গ’ল দি আগবাঢ়ি থাকে। দ্বিতীয়াৰ্ধত এছিয়াৰ দলটোৱে  এটা গ’ল পৰিশোধ কৰে যদিও তাত কোনো কাম নহ’ল।

খেলখনৰ প্ৰথম সাত মিনিটত বাৰ্চিলোনাৰ ৰাফিনিয়াৰ পাছ-ত গ’লটো কৰে ৰিয়েলৰ তাৰকাই । ১১ মিনিটত কোৰিয়াৰ ইয়ং জাঙে ৰিচাৰ্লিচনক ডি-বক্সৰ ভিতৰত ফাউল কৰে। ফলত ব্ৰাজিলে এটা পেনাল্টি লাভ কৰে। নেইমাৰে স্পট কিক এটাৰে স্ক’ৰ কৰি ব্যৱধান দুগুণ কৰি তোলে।

ৰিচাৰ্লিছনে ২৯ মিনিটত ডিফেন্সিভ মিডফিল্ডাৰ কেচেমিৰোৰ পাছৰ পৰা গ’ল এটা কৰে। এই ছিজনত তেওঁৰ এইটো তৃতীয়টো গ’ল। ৩৬ মিনিটত লুকাস পাকেতাই ৪-০ গ’লৰ পাৰ্থক্য আনি দিয়ে। ব্ৰাজিল ৪-০ ৰ অগ্ৰগতিৰ সৈতে বিৰতিলৈ যায়। বিৰতিৰ পিছত ব্ৰাজিলে আৰু কোনো গ’ল কৰা নাছিল। কোৰিয়াই এটা গ’ল পৰিশোধ কৰে।

১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে ব্ৰাজিলে বিশ্বকাপৰ এখন খেলৰ প্ৰথমাৰ্ধত চাৰিটা গ’ল কৰে। ২০১৪ চনৰ বিশ্বকাপৰ পিছত আন কোনো দলৰ এনে উদাহৰণ নাই। সোইবাৰৰ প্ৰতিযোগিতাখনৰ চেম্পিয়ন জাৰ্মানীয়ে ব্ৰাজিলৰ মাটিত তেওঁলোকৰ বিৰুদ্ধে ছেমি ফাইনেলত ৪ টা গ’ল কৰিছিল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd