• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে বেচৰকাৰী চিকিৎসালয় চৰকাৰে নিজৰ নিয়ন্ত্ৰণলৈ আনকঃ চিপিআই(এম)

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2020 7:09 pm
KZv7vbKHT3PpABq64vnGcT-320-80

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে উদ্বেগেৰে লক্ষ্য কৰিছে যে শেহতীয়াভাৱে অসমত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷

এতিয়া জনসাধাৰণৰ মাজত আশংকাৰ সৃষ্টি হৈছে যে এই গতিত সংক্ৰমণ অব্যাহত থাকিলে অসমৰ চিকিৎসালয়ত প্ৰয়োজনীয় সুবিধাৰ নাটনি হ’ব৷

Apply Now

চৰকাৰে অসমৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ নানান প্ৰচাৰ চলালেও দৰাচলতে ইয়াত চিকিৎসা সেৱাৰ সুযোগ যে অতি সীমিত আৰু গুৰুতৰভাৱে অসুস্থ ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সুবিধাৰ যথেষ্ট অভাৱ সেয়া এতিয়া স্পষ্ট হৈ পৰিছে৷

এনে পৰিস্থিতিত ৰোগাক্ৰান্তসকলৰ চিকিৎসা নিশ্চিত কৰাৰ বাবে ৰাজ্যখনত থকা বেচৰকাৰী চিকিৎসালয়, নাৰ্চিং হোমবোৰৰ প্ৰয়োজনীয় সংখ্যক চৰকাৰে অস্থায়ীভাৱে নিজৰ নিয়ন্ত্ৰণলৈ অনা উচিত যাতে কৰোনাভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীসকলৰ পৰীক্ষা আৰু চিকিৎসা বিনামূলীয়াকৈ এই প্ৰতিষ্ঠানবোৰত কৰিব পৰা যায়৷

এই প্ৰতিষ্ঠানবোৰত কৰ্মৰত চিকিৎসক আৰু অন্য চিকিৎসা কৰ্মীসকলকো উপযুক্ত পাৰিশ্ৰমিকৰ ভিত্তিত চিকিৎসাত নিয়োজিত কৰাৰ বাবে চৰকাৰে পদক্ষেপ লোৱা উচিত৷

কোভিড ৰোগীৰ উপৰি অইন ৰোগত গুৰুতৰভাৱে আক্ৰান্ত আৰু জৰুৰী চিকিৎসাৰ প্ৰয়োজন হোৱা ৰোগীসকলেও যাতে কম খৰচত চিকিৎসা পায় তাক নিশ্চিত কৰাটোও প্ৰয়োজনীয় হৈ পৰিছে৷ এই দাবী জনাইছে চিপিআই(এম)এ।

চিপিআই(এম)দলে এই কথাও উদ্বেগেৰে লক্ষ্য কৰিছে যে যিসকলে অইন ৰাজ্যৰ পৰা ৰেইল বা বাছেৰে অসমলৈ আহিছে তেওঁলোকৰ এটা বৃহৎ অংশ ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে৷ উল্লেখযোগ্য যে এনেকৈ ঘূৰি অহা সকলৰ গৰিষ্ঠ সংখ্যকেই হ’ল জীৱিকাৰ সন্ধানত অসমৰ পৰা ভিন ভিন ৰাজ্যলৈ যোৱা শ্ৰমিক৷

ল’কডাউনৰ ফলত তেওঁলোকৰ কাম নাইকিয়া হৈ যোৱাৰ পৰিণতিত সম্পূৰ্ণ আয়হীন হৈ পৰিছে৷ এনে অসহায় পৰিস্থিতিত যাত্ৰাপথত সংক্ৰমিত হোৱাৰ বিপদৰ কথা জানিও তেওঁলোক নিজৰ ঘৰলৈ ঘূৰি আহিছে৷

ইয়াত যিবোৰ কোৱাৰেণ্টাইন কেন্দ্ৰত তেওঁলোকক ৰখা হৈছে, বেছিভাগৰ অৱস্থা খুবেই শোচনীয়৷ কেন্দ্ৰবোৰত স্বাস্থ্যসন্মত খাদ্য আৰু পৰিৱেশৰ অভাৱ সুস্পষ্ট৷ চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ চিপিআই(এম)ৰ।

এনে অৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে জৰুৰী পদক্ষেপ লোৱা উচিত বুলিও কয় চিপিআই(এম)এ।

‘চিপিআই(এম)ৰ সুচিন্তিত অভিমত হ’লঃ যিসকল অসমলৈ ঘূৰি নহাকৈ থাকিব তেওঁলোকক তিনিমাহৰ বাবে মাহিলি ৭,৫০০ টকাকৈ বেংকৰ জৰিয়তে আদায় দিয়ক যাতে অন্ততঃ খাদ্য, ঘৰভাড়াৰ দৰে অপৰিহাৰ্য খৰচবোৰ তেওঁলোকে বহন কৰিব পাৰে৷ ইয়াৰ বাবে হ’বলগীয়া ব্যয়ৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰেও বহন কৰা উচিত।’ দলটোৱে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd