• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বয়স মাত্ৰ ৪২ বছৰ! কৰ্কট ৰোগত আক্ৰান্ত ব্ৰিটিছ ৰাজপৰিয়ালৰ বোৱাৰী কেট মিডলটন; চলিছে কেমোথেৰাপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2024 9:56 am
ব্ৰিটিছ ৰাজপৰিয়ালৰ বোৱাৰী কেট মিডলটন। ফটোঃ সংগ্ৰহীত।

ব্ৰিটিছ ৰাজপৰিয়ালৰ বোৱাৰী কেট মিডলটন। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটিছ ৰাজপৰিয়ালত আন এক উদ্বিগ্নতাৰ খৱৰ। কৰ্কট ৰোগত আক্ৰান্ত ব্ৰিটিছ ৰাজপৰিয়ালৰ বোৱাৰী কেট মিডলটন। কিছুদিন আগতে ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ কৰ্কট ৰোগ ধৰা পৰাৰ খবৰ আহিছিল। তাৰ পিছত এইবাৰ খবৰ আহিল যে তেওঁৰ বোৱাৰী কেটৰ কৰ্কট ৰোগ ধৰা পৰিছে।

শেহতীয়াকৈ জানুৱাৰী মাহত তেওঁৰ এটা অস্ত্ৰোপচাৰ কৰা হৈছিল। তাৰ পিছত কিছুমান পৰীক্ষাৰ প্ৰতিবেদনত দেখা গ’ল যে ৪২ বছৰীয়া প্ৰিন্সেছ অফ ৱেলছ কেট মিডলটন কেন্সাৰ ৰোগত আক্ৰান্ত।

কেটে জনাইছে যে তেওঁ বৰ্তমান কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ পিছত কেমোথেৰাপি গ্ৰহণ কৰি আছে। শেহতীয়াকৈ তেওঁ গম পাইছিল যে তেওঁ কেন্সাৰত আক্ৰান্ত হৈছে।

Apply Now

লগতে পঢ়কঃ মস্কোৰ কনচাৰ্ট হলত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণ; কমেও ৬০ জন নিহত, আহত শতাধিক

যোৱা জানুৱাৰী মাহত পেটৰ অস্ত্ৰোপচাৰ কৰি কিছু পৰীক্ষা সম্পন্ন কৰিছিল। সকলো পৰীক্ষাৰ ৰিপৰ্টৰ জৰিয়তে জানিব পৰা গৈছে যে ব্ৰিটিছ ৰাজপৰিয়ালৰ বোৱাৰীজনী কৰ্কট ৰোগত আক্ৰান্ত। উল্লেখ্য যে জানুৱাৰী মাহত কেটক ২ সপ্তাহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

কেট মিডলটনৰ কাৰ্যালয়ে জনোৱা মতে, জানুৱাৰী মাহত কৰা অস্ত্ৰোপচাৰ কেন্সাৰ সম্পৰ্কীয় নাছিল। সেইটো ঠিক আগৰে পৰা আছিল নিশ্চয়। অস্ত্ৰোপচাৰৰ পিছত কেট মিডলটনৰ কেইবাটাও পৰীক্ষা কৰা হয়। আৰু সেই পৰীক্ষাত ধৰা পৰিল বৃটিছ ৰাজবোৱাৰীৰ কৰ্কট ৰোগৰ খবৰ।

এটা ভিডিঅ’ত তেওঁ নিজেই এই কঠিন যুঁজৰ আচল সত্যতা সদৰী কৰিছে। কেটে ভিডিঅ’টোত কয়, ‘মোৰ চিকিৎসা দলে পৰামৰ্শ দিছে যে মোক প্ৰতিৰোধমূলক কেমোথেৰাপিৰ কোৰ্চ এটা গ্ৰহণ কৰা উচিত আৰু মই এতিয়া সেই চিকিৎসাৰ প্ৰাৰম্ভিক পৰ্যায়ত আছো।’

লগতে পঢ়কঃ IPL 2024: ধোনীৰ ছত্ৰছায়াত নেতৃত্বৰে ঋতুৰাজৰ সফল অভিযান; ধৰাশায়ী বিৰাট বাহিনী

ব্ৰিটিছ ৰাজবোৱাৰী কেট মিডলটনে সদায়ে অতি সাধাৰণৰ সৈতে মিলি যায়। গোটেই পৃথিৱীয়ে তেওঁৰ উৎসাহ, উদ্দীপনা ভৰা ৰূপটোৰ সৈতে পৰিচিত। কেটে এই ছ’চিয়েল মিডিয়া ভিডিঅ’টোৰ জৰিয়তে বিশ্বৰ সন্মুখত নিজৰ শাৰীৰিক অৱস্থাৰ কথা তুলি ধৰিছে। তিনিটা সন্তানৰ মাতৃ তথা ৰাজকুমাৰ উইলিয়ামৰ পত্নী কেটৰ স্বাস্থ্যৰ অৱস্থা ব্ৰিটিছ ৰাজ পৰিয়ালৰ বাবে যথেষ্ট উদ্বেগৰ বিষয়।

A message from Catherine, The Princess of Wales pic.twitter.com/5LQT1qGarK

— The Prince and Princess of Wales (@KensingtonRoyal) March 22, 2024

ভিডিঅ’টোত কেটে স্বীকাৰ কৰিছে যে এই কেন্সাৰৰ খবৰটো তেওঁৰ বাবে এক ডাঙৰ ধুমুহা। তেওঁ কয়, ‘এয়া নিশ্চয়ে এক বৃহৎ শ্বক হিচাপে আহিছে, আৰু উইলিয়ামে আমাৰ এই কম বয়সীয়া পৰিয়ালটোৰ বাবে পৰিস্থিতিৰ সৈতে যিদৰে মোকাবিলা কৰিব লাগে তাকেই কৰি আছে ।’

ইয়াৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰী মাহত ৰজা চাৰ্লছ কেন্সাৰ ৰোগত আক্ৰান্ত বুলি খবৰ ওলাইছিল। ইয়াৰ বাবেই তেওঁ ৰাজকীয় কামত বিৰতি ল’বলগীয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd