• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্যুতৰ খুঁটাটো চাওক, ৰাষ্ট্ৰীয় ঘাইপথত মানুহ মৰালৈ বাট চাই আছে চৰকাৰ?

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , December 28, 2018 5:30 pm

1 min read

Broken poles near NH transmitting high voltage electricity in Assam

কৃষ্ণাইত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বিদ্যুতৰ ভগা খুঁটা। ছবি- নৰ্থ ইষ্ট নাও।

198
VIEWS
Share on FacebookShare on Twitter

ছবিত দেখুওৱা বিদ্যুৎ পৰিবাহী খুঁটাতো অসমৰ গোৱালপাৰা জিলাৰ। যিকোনো মুহূৰ্ততে ভাগি পৰি ই নিমিষতে কাৰণ হ’ব পাৰে বহু লোকৰ মৃত্যুৰ।

আৰু অসম চৰকাৰৰ শক্তি বিভাগে যেন বাট চাই আছে দুৰ্ঘটনালৈ। কাৰণ অসমত ইতিপূৰ্বে সংঘটিত হোৱা বহুকেইটা বিদ্যুৎ দুৰ্ঘটনাৰ পিছতহে সক্ৰিয় হোৱাৰ অৱসৰ পোৱাৰ দৃষ্টান্ত দেখুৱাই আহিছে বিভাগটোৱে।

লগতে পঢ়ক নগাঁৱৰ ৰূপহীহাটত ভয়ংকৰ ঘটনা, বিদ্যুতৰ ছিগা তাঁৰ পৰি মৃত্যু ৬জনকৈ লোকৰ

কেৱল গোৱালপাৰাতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আছে এনে কেইবাটাও খুঁটা। কৃষ্ণাইৰ পৰা  পাইকান সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ আৰু পাইকানৰ পৰা তুৰা সংযোগী ৫১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষেৰে পাৰ হোৱা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰ পৰিবাহী খুঁটা এইবোৰ।

স্থানীয় ৰাইজৰ অভিযোগ মতে বহুবাৰ অভিযোগ দাখিল কৰা হৈছে যদিও কাণষাৰ নাই জিলা বিদ্যুৎ বিভাগৰ।

মানুহ মৰাৰ পিছত ভুক্তভোগী পৰিয়ালক কেইলাখমান টকাৰ সাহায্য দিয়া আৰু তদন্ত ঘোষণা কৰা কাম নেকি মন্ত্ৰী তপন গগৈৰ শক্তি বিভাগৰ?

Recent News

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

a modi som

সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত মোৰাৰজী দেশাইৰ পিছত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী মোদী

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd