• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বি টি চি পৰিদৰ্শন কৰিলে ম্যেগছেছে বঁটা প্ৰাপক সোনম উৱাংচুকে

বি টি চিৰ বিষয়া আৰু বুদ্ধিজীৱিৰ সৈতে অন্তৰংগ আলাপ

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , January 29, 2021 7:50 pm

1 min read

a jadu
147
VIEWS
Share on FacebookShare on Twitter

লাডাখত সমাজ সেৱামূলক কাম কৰাৰ বাবে” ম্যেগচেচে বঁটা ২০১৮” বঁটা প্ৰাপক সোনম উৱাংচুকে আজি বি টি চি পৰিদৰ্শন কৰে।

তেওঁ বি টি চিৰ প্ৰশাসনিক ব্যৱস্থা , অৰ্থনৈতিক, সামাজিক জীৱন আদিৰ বিষয়ে  বুজ লয়।

বি টি চিৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে আলোচনা কৰা পিছত বি টি চি প্ৰেক্ষাগৃহত বডোলেণ্ডত থকা বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যাপক, বেচৰকাৰী সংস্থা আৰু বুদ্ধিজীৱী সকলৰ সৈতে মিলিত হয় অন্তৰংগ আলাপত।

মত বিনিময়ত সোনম উৱাংচুকে লাডাখৰ বিষয়ে বিষদ ভাৱে প্ৰকাশ কৰি বি টি চিৰ বিভিন্ন বিষয়ৰ বুজ লয়।

অন্তৰংগ আলাপৰ নেতৃত্ব দিয়ে বি টি চিৰ প্ৰধান সচিব সিদ্ধাৰ্থ সিঙে।

উল্লেখ্য শেহতীয়াকৈ বিটিচিৰ পৰ্যটন ক্ষেত্ৰকে ধৰি বাট-পথ আদিৰ চকুত লগা ধৰণে উন্নয়ন হৈছে।

সেয়ে বিটিচিলৈ এতিয়া বাহিৰৰ পৰ্যটকৰ  লগতে ভিন্ ক্ষেত্ৰৰ লোকৰ  আগমণ ঘটিবলৈ ধৰা পৰিলক্ষিত হৈছে।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd