• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2023 1:25 pm
Budget 2023
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সংসদত ২০২৩-২৪ বৰ্ষৰ বাজেট দাখিল কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এয়া হৈছে প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ দ্বিতীয়টো শাসনকালৰ পঞ্চম তথা সম্ভৱতঃ শেষৰখন বাজেট।

এই বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও চমৎকাৰী প্ৰস্তাৱ আগঢ়াইছে। ২০২৪ ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচন উপলক্ষ্যে অৰ্থাৎ তৃতীয়বাৰ শাসনলৈ অহাৰ বাট প্ৰশস্ত কৰিবলৈ এই চমৎকাৰী ঘোষণা কৰা বুলি ধাৰণা কৰা হৈছে।

Apply Now

‘অমৃত কালৰ প্ৰথমখন বাজেট’ বুলি অভিহিত কৰা বাজেটখনত বিত্তমন্ত্ৰী সীতাৰমণৰ আটাইতকৈ ডাঙৰ ঘোষণা হৈছে নতুন কৰ নীতি। বিত্তমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ পূৰ্বৰ আয় কৰ ব্যৱস্থা সমূলঞ্চে সলাই দেশৰ মধ্যবিত্ত শ্ৰেণীক সকাহ দিবলৈ প্ৰয়াস কৰিছে।

মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে এতিয়া ৭ লাখ পৰ্যন্ত উপাৰ্জন কৰাসকলে কোনো কৰ আদায় দিব নালাগে। অৱশ্যে কেৱল নতুন কৰ ব্যৱস্থাৰ আওতাত পৰাসকলৰ বাবেহে উপলব্ধ হ’ব। পুৰণি কৰ ব্যৱস্থাৰ আওতাত থকাসকলে ৩ লাখ টকাৰ পৰা আয় কৰ আদায় দিব লাগিব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে এই ৰেহাই নতুন আৰু পুৰণি দুয়োটা ব্যৱস্থাতে প্ৰযোজ্য হ’লেও দুয়োটাতে কৰ আদায়ৰ ক্ষেত্ৰত তাৰতম্য থাকিব। ইয়াৰ সমান্তৰালকৈ বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ৯ লাখ টকা পৰ্যন্ত আয় কৰাসকলৰ ওপৰত মাত্ৰ ৪৫ হাজাৰ টকাহে কৰ আৰোপ কৰা হ’ব।

পুৰণি কৰ ব্যৱস্থা বিলুপ্ত কৰাৰ কথা ঘোষণা কৰি নিৰ্মলা সীতাৰমণে কয় যে নতুন কৰ ব্যৱস্থাত সাতটা কৰ স্লেব থাকিব। নতুন টেক্স স্লেব ব্যৱস্থাৰ অধীনত ৩ৰ পৰা ৬ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰাসকলৰ ওপৰত পাঁচ শতাংশ কৰ আৰোপ কৰা হ’ব।

আনহাতে ৬ লাখৰ পৰা ৯ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰাসকলৰ ওপৰত ১০ শতাংশ কৰ আৰোপ কৰা হ’ব। ৯ ৰ পৰা ১২ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰাসকলৰ ওপৰত ১৫% কৰ আৰোপ কৰা হ’ব।

সেইদৰে ১২ ৰ পৰা ১৫ লাখৰ ভিতৰত উপাৰ্জন কৰাসকলৰ ওপৰত ২০ শতাংশ কৰ আৰোপ কৰা হ’ব। আনহাতে ১৫ লাখৰ ওপৰত উপাৰ্জন কৰাসকলে ৩০% হাৰত কৰ পৰিশোধ কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd