• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰত সোমাল চোৰ; ACৰ ঠাণ্ডা বতাহ পাই মালিকৰ বিচনাৰ তলতে পৰিল শুই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2020 10:04 am
WhatsApp Image 2020-09-20 at 9.55.20 AM

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লক্ষ্যভ্ৰষ্ট হ’ল চোৰ। অন্ধ্ৰ প্ৰদেশৰ গোদাবৰী জিলাৰ এই ঘটনাই স্বাভাৱিকতে আপোনাৰ মনত হাঁহি বিৰিঙাই তুলিব।

ৰাজ্যখনৰ গোদাবৰী জিলাৰ গোকবাৰম গাঁৱৰ ২১বছৰীয়া সুৰী বাবুৱে ইয়াৰ ছত্তী ভেংকট ৰেড্ডীৰ ঘৰত চোৰ কৰাৰ পৰিকল্পনা ৰচনা কৰে।

Apply Now

ছত্তী ভেংকট ৰেড্ডী এটা পেট্ৰ’ল পাম্পৰ মালিক। চোৰটোৱে ঘৰটোত ভাল টকা-পইচা পোৱাৰ আশাৰে প্ৰৱেশ কৰে।

ঘৰ লুট কৰাৰ মানসেৰে ঘৰটোত প্ৰৱেশ কৰে যদিও চোৰটোৱে ভিতৰত এয়াৰ কণ্ডিশ্যনৰ শীতল বতাহ পাই শুই পৰে আৰু যেতিয়া চকু মেলে তেতিয়া নিজকে আৰক্ষীৰ জিম্মাত আৱিষ্কাৰ কৰে।

সেয়াই নহয়, কৰ’নাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি অভিযুক্ত সুৰী বাবুৱে মুখত মাস্ক পৰিধান কৰিয়েই চোৰ কৰিবলৈ ঘৰত প্ৰৱেশ কৰে।

চোৰটোৱে জানিবলৈ দিয়া মতে বিগত কিছুদিন ধৰি তেওঁ ঘৰটোৰ মালিকৰ দৈনন্দিন কামকাজ নিৰীক্ষণ কৰি আছিল।

তেওঁ ভাৱিছিল যে তেওঁ ধৰা নপৰিব। পৰিকল্পনা অনুসৰি, সুৰীয়ে ১২ছেপ্টেম্বৰত ঘৰটোত প্ৰৱেশ কৰে আৰু সেই সময়ত গভাৰ নিদ্ৰাত থকা মালিক ৰেড্ডীৰ বেডৰুমত সোমায়।

অভিযুক্ত সুৰীয়ে জানিবলৈ দিয়ে যে সিদিনা তেওঁ দিনভৰ কাম কৰি ক্লান্ত হৈ আছিল আৰু যেতিয়া হঠাৎ ৰুমটোত এয়াৰ কণ্ডিশ্যনৰ ঠাণ্ডা বতাহ পায় বহুত জোৰকৈ টোপনি আহি যায়। তেতিয়া তেওঁ মালিক ৰেড্ডীৰ পালেঙৰ তলত অলপ আৰাম কৰি লোৱাৰ কথা চিন্তা কৰে।

কিন্তু অতি সোনকালেই চোৰৰ নাকৰ শব্দত মালিকৰ টোপনি ভাঙি যায়।

মালিকে লাহেকৈ বাহিৰলৈ ওলাই আহি বাহিৰৰ পৰা ৰুমটো বন্ধ কৰি দিয়ে আৰু আৰক্ষীক খৱৰ দিয়ে।

ৰাতিপুৱা প্ৰায় আঠ বজাত আৰক্ষী আহি অভিযুক্ত সুৰী বাবুক টোপনিৰ পৰা জগাই গ্ৰেপ্তাৰ কৰি লৈ যায়।

জেৰাত চোৰটোৱে জানিবলৈ দিয়ে যে তেওঁ এখন মিঠাইৰ দোকানত সৰুসুৰা কাম কৰি চলি আছিল। কৰ’নাৰ লকডাউনৰ বাবে অভাৱত দিন কটাইছে।

তেওঁ প্ৰথমবাৰৰ বাবে কোনো চুৰি কাৰ্যত প্ৰবৃত্ত হ’ব বিচাৰিছিল যদিও টোপিনয়ে তেওঁৰ বাবে কাল হ’ল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd