• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণ ক্ৰয় কৰোতে সাৱধান! এই চাৰিটা চিহ্ন অবিহনে নিকিনিব অলংকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2019 2:28 pm
8190cf87b8b0e6ba4935ff4dc38e1505
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত সোণ বা অলংকাৰ ক্ৰয় কৰাটো শীঘ্ৰেই পূৰ্বতকৈ সুৰক্ষিত হৈ উঠিব। কিয়নো ভাৰত চৰকাৰে ইয়াৰ বিশুদ্ধতাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।

কেন্দ্ৰই অহা ২০১০চনৰ ১৫ জানুৱাৰিৰ পৰা দেশজুৰি সোণৰ অলংকাৰ আৰু কলাকৃতিসমূহত হলমাৰ্ক থকাটো বাধ্যতামূলক কৰিছে।

Apply Now

বৰ্তমান সোণত হলমাৰ্ক থকাটো বিকল্প হৈ আছিল আৰু জুৱেলাৰ্ছসকলে স্বেচ্ছাই ইয়াৰ পৰা আঁতৰি আছিল।

হলমাৰ্ক নোহোৱা সোণ যদি আপুনি কিনে তেতিয়া ভেজাল সোণ কিনাৰ সম্ভাৱনা বহু বেছি থাকে। সেয়ে হলমাৰ্ক থকা অলংকাৰ বিক্ৰী কৰাটো বাধ্যতামূলক হ’লে ইয়াৰ গুণ আৰু বিশুদ্ধতা নিশ্চিত হ’ব।

অৱশ্যে, চৰকাৰে জাননী জাৰি কৰা তাৰিখৰ পৰা এবছৰৰ ভিতৰত নতুনকৈ হলমাৰ্কিং কৰা নীতি ৰূপায়ন কৰাৰ বাবে জুৱেলাৰ্ছসকলক দিয়া হ’ব যাতে তেওঁলোকৰ বৰ্তমানৰ মজুত থকা অলংকাৰখিনি সাং কৰিব পাৰে।

অৰ্থাৎ জুৱেলাৰ্ছসকলে ২০২১’ৰ জানুৱাৰিৰ ভিতৰত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।

ভাৰত সৰ্বাধিক সোণ আমদানি কৰা দেশ যিটোৱে প্ৰধানকৈ অলংকাৰ উদ্যোগটোৰ চাহিদা বৃদ্ধি কৰিছে।

এগৰাকী সোণ ক্ৰেতাই যদি হলমাৰ্ক থাকে, তেনেহ’লে অলংকাৰৰ নিশ্চয়তা সম্পৰ্কে আশ্বস্ত হ’ব পাৰিব। গতিকে, আপুনি যদি ১৮ কেৰেট হলমাৰ্ক থকা সোণ ক্ৰয় কৰে ই প্ৰকৃততে বুজায় যে ইয়াৰ ১৮/২৪ অংশ সোণ আৰু বাকীখিনি আন ধাতু।

সোণৰ অলংকাৰ ক্ৰয় কৰোতে এই চাৰিটা হলমাৰ্ক চিহ্ন বা প্ৰতীক নিশ্চিত হৈ লওক:-

১. বি আই এছ মাৰ্ক (BIS Mark)

বিআইএছ হলমাৰ্ক হৈছে ধাতুবিধৰ বিশুদ্ধতাক প্ৰত্যায়িত কৰি ভাৰতত বিক্ৰী কৰা সোণৰ লগতে ৰূপৰ হলমাৰ্ক কৰা এটা পদ্ধতি।

ই ভাৰতৰ নেশ্যনেল ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেশ্যন ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা এলানি মানদণ্ড সম্বলিত অলংকাৰৰ প্ৰমান পত্ৰ।

সোণৰ অংকাৰৰ বাবে বিআইএছ হলমাৰ্কত কেইবাটাও উপাদান থাকে:

২. কেৰেট আৰু ফিটনেছত (যিকোনো এটা) বিশুদ্ধতা

(ক) 22K916 – Equal to 22 Carat

(খ)18K750 – Equal to 18 Carat

(গ) 14K585 – Equal to 14 Carat

৩. আইডেনটিফিকেশ্যন মাৰ্ক বা হলমাৰ্কিং চেন্টাৰৰ নম্বৰ

৪. আইডেনটিফিকেশ্যন মাৰ্ক বা জুৱেলাৰ্ছৰ নম্বৰ

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd