• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তিত মোক্ষম আঘাত! CAAৰ ম্যাদ বৃদ্ধিকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2025 10:25 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (CAA)ৰ অধীনত অমুছলমান অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্বৰ আবেদন কৰাৰ ম্যাদ ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে অসমত বিৰোধী দলসমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিৰোধীসকলে এই পদক্ষেপক অসম চুক্তিৰ পোনপটীয়া উলংঘা বুলি অভিহিত কৰি কয় যে ই অসমীয়া জাতি, সংস্কৃতি আৰু পৰিচয়ৰ ওপৰত মোক্ষম আঘাত।

অসম জাতীয় পৰিষদ (AJP), কংগ্ৰেছ, আম আদমী পাৰ্টি (AAP) আৰু চিপিআই(এম)-এ এই সিদ্ধান্তক “একনায়কত্ববাদী” বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰিছে। AJP সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপিক অসমৰ অস্তিত্বৰ ওপৰত নিৰ্বাচনী ৰাজনীতি কৰাৰ অভিযোগ তুলি কয় যে এই ম্যায়াদ বঢ়োৱাৰ ফলত লাখ লাখ অবৈধ বিদেশী অসমত থকাৰ সুবিধা লাভ কৰিব। কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই ১ ছেপ্তেম্বৰক অসমৰ বাবে “ক’লা দিন” বুলি উল্লেখ কৰি কয়, “CAAৰ ম্যাদয়াদ বঢ়োৱা মানে অসম চুক্তিৰ গুৰুত্ব শেষ কৰি দিয়া। ইয়াৰ বিৰুদ্ধে সৰ্বাত্মক আন্দোলন গঢ়ি তুলিব লাগিব।” গুৱাহাটীত AJP কৰ্মীসকলে এই আদেশৰ প্ৰতিলিপি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

AAP আৰু CPI(M)-এ এই নিৰ্দেশক শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। যদিও চৰকাৰী বিষয়াসকলে এই পদক্ষেপক সঠিক বুলি আখ্যা দি কয় যে ইয়াৰ উদ্দেশ্য হৈছে বিশেষকৈ পাকিস্তানৰ পৰা অহা হিন্দুসমূহক সকাহ দিয়া, যি ২০১৪ৰ পাছত অসমত প্ৰৱেশ কৰি আইনী মৰ্যাদাৰ অনিশ্চয়তাত আছিল। এই সিদ্ধান্তে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আৰু বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd