• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিৰাঙত মাটিত পুতি ৰখা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ

Nenow এন ই নাও নিউজ
গুৱাহাটী , August 18, 2020 11:19 pm

1 min read

Cache of arms recovered in BTAD's Chirang
108
VIEWS
Share on FacebookShare on Twitter

চিৰাং আৰক্ষীয়ে মঙলবাৰে জিলাখনৰ খাগ্ৰাবাৰী অঞ্চলত লুকাই থোৱা অৱস্থাত এক অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰিছে।

চোৰাংচোৱা খবৰৰ ভিত্তিত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেড্কুৱাৰ্টাৰ)ৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযানটো চলাইছিল।

ৰুণীখাতা আৰক্ষী থানাৰ অধীনৰ এলেকাটোত চলোৱা অভিযানত অস্ত্ৰখিনি উদ্ধাৰ হৈছে।

মাটিত পুটি থোৱা অৱস্থাত অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰা হৈছে।

উদ্ধাৰ হোৱা অস্ত্ৰখিনি হৈছে—মেগাজিনৰ সৈতে এটা এইচ কে ছিৰিজৰ ৰাইফল, দুটা মেগাজিনৰ সৈতে এটা এ কে ছিৰিজৰ ৰাইফল, দুটা মেগাজিনৰ সৈতে এটা উজি ধৰণৰ আগ্নেয়াস্ত্ৰ, মেগাজিনৰ সৈতে দুটা পিষ্টল, দুটা চীনা হেণ্ড গ্ৰেনেড, এ কে ছিৰিজৰ ৰাইফলৰ ৯৩ ৰাউণ্ড গুলী, ৫.৫৬ এম এমৰ আগ্নেয়াস্ত্ৰৰ ২৫ ৰাউণ্ড গুলী আৰু অন্যান্য সামগ্ৰী।

উল্লেখযোগ্য যে শেহতীয়াকৈ আৰক্ষীয়ে বি টি এ ডিৰ কোকৰাঝাৰ আৰু ওদালগুৰি জিলাতো বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd