• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

২০২৪-২৫ চনত মহিলাসকলক মাহেকীয়া ভাট্টা প্ৰদানৰ বাবে এই আঁচনিৰ বাজেট অনুমান, ব্যয় নিয়ন্ত্ৰণ আৰু বিত্তীয় ব্যৱস্থাপনাত ‘উল্লেখযোগ্য বিসংগতি’ আছে। ৩৫৪১ কোটি টকাৰ অতিৰিক্ত ব্যয়ৰ কোনো বিশেষ ব্যাখ্যা নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2026 10:30 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাজেট বহিৰ্ভুত ব্যয় ৩৫৪১ কোটি টকা। এই বৃহৎ পৰিমাণৰ ধন ক’ত খৰচ হ’ল? মহাৰাষ্ট্ৰ চৰকাৰে সন্তোষজনক উত্তৰ দিয়া নাই। বিজেপি নেতৃত্বাধীন মহাযুতি চৰকাৰৰ ‘মুখ্যমন্ত্ৰী মাঝি লড়কি বহিন যোজনা’ক লৈ বৃহৎ অনিয়মৰ ইংগিত দিছে CAG-য়ে।

ৰাজ্যিক বিত্ত নিৰীক্ষণ প্ৰতিবেদনত কেগে কয় যে ২০২৪-২৫ চনত মহিলাসকলক মাহেকীয়া ভাট্টা প্ৰদানৰ বাবে এই আঁচনিৰ বাজেট অনুমান, ব্যয় নিয়ন্ত্ৰণ আৰু বিত্তীয় ব্যৱস্থাপনাত ‘উল্লেখযোগ্য বিসংগতি’ আছে। ৩৫৪১ কোটি টকাৰ অতিৰিক্ত ব্যয়ৰ কোনো বিশেষ ব্যাখ্যা নাই।

Apply Now

কেগৰ এই ‘বিপদ সংকেত’ যে কেৱল কাকতলীয়া নহয়, সেই কথাই খোদ মহাৰাষ্ট্ৰ চৰকাৰৰ পৰীক্ষণ প্ৰক্ৰিয়াত চৰ্চালৈ আহিছে। অনিয়মৰ অভিযোগক লৈ সৃষ্টি হোৱা হুলস্থুলৰ মাজতে এইবাৰ ৯২ লাখৰো অধিক নাম (বেছিভাগেই বিড জিলাত) এই আঁচনিৰ পৰা বাদ দিয়া হৈছে।

বিতৰ্কৰ আৱৰ্তত পৰীক্ষণ প্ৰক্ৰিয়াত দেখা গৈছে যে মুঠ হিতাধিকাৰীৰ (২৪ লাখ) আনুমানিক ৩৮ শতাংশই ‘অযোগ্য আৰু ভুৱা’ একাউণ্ট! চৰ্ত উলংঘা কৰি মাহৰ পিছত মাহ অসংখ্য চৰকাৰী কৰ্মচাৰীৰ একাউণ্টত, আনকি প্ৰায় ২৯ হাজাৰ পুৰুষৰ একাউণ্টত ধন জমা হৈ আহিছে।

ইফালে কংগ্ৰেছে কেগৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগত সৰৱ হৈছে। এক্স হেণ্ডেলত কংগ্ৰেছে কৈছে- ‘লড়কি বহিন যোজনাৰ নামত মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰে কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰিছে। কেগৰ প্ৰতিবেদনত যোজনাৰ বিত্তীয় ব্যৱস্থাপনাৰ তত্বাৱধানত ডাঙৰ বিসংগতি ধৰা পৰিছে। এই প্ৰকল্পৰ বাবে ২৯,৬৯৩ কোটি টকা অনুমোদন কৰা হৈছিল। কিন্তু চৰকাৰে ৩৫৪১ কোটি টকা অধিক ব্যয় কৰিছে। বাজেট বহিৰ্ভুত এই ব্যয়ৰ কোনো হিচাপ চৰকাৰৰ হাতত নাই।’

উল্লেখ্য যে ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰে ‘লড়কি বহিন যোজনা’ আৰম্ভ কৰিছিল। এই প্ৰকল্পত ২১ৰ পৰা ৬৫ বছৰ বয়সৰ ভিতৰৰ মহিলাৰ একাউণ্টত মাহিলী ১৫০০ টকা প্ৰদান কৰা হয়।কিন্তু আঁচনিখনৰ চৰ্ত অনুসৰি চৰকাৰী কৰ্মচাৰী, আয়কৰদাতা, আন কিছুমান আঁচনিৰ হিতাধিকাৰী আৰু বাৰ্ষিক ২.৫ লাখ টকাতকৈ অধিক আয়ৰ পৰিয়ালে এই ভাট্টা নাপায়।

পিচে, পৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত বৃহৎ সংখ্যক বিসংগতি পোহৰলৈ আহিছে। দেখা গৈছে যে বাদ পৰা ৯২ লাখৰ ভিতৰত অধিকাংশক্ষেত্ৰতে (প্ৰায় ৬২ লাখ বা ​​৬৭ শতাংশ) বাধ্যতামূলক ই-কেৱাইচি নাই। এই ‘ভুৱা’ একাউণ্টৰ লগতে প্ৰায় ২৯ হাজাৰ (০.৩১ শতাংশ) ‘পুৰুষ’ লড়কি ধৰা পৰিছে।

যিসকলৰ পৰিয়ালৰ আয় ২.৫ লাখ টকাতকৈ অধিক, তেওঁলোকৰ সংখ্যা ১৬ লাখ (১৭ শতাংশ)। পৰীক্ষণ প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়াসকলে জনোৱা মতে, আঁচনিখন আৰম্ভ হোৱাৰ পৰা বন্ধ হোৱাৰ আগলৈকে এই একাউণ্টসমূহত মুঠ প্ৰায় ১৪ হাজাৰ কোটি টকা জমা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd