• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৪ চনৰ ২০ আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় বৈজ্ঞানিক মানসিকতা দিৱস উদ্‌যাপনৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 20, 2024 6:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সপ্তম ৰাষ্ট্ৰীয় বৈজ্ঞানিক মানসিকতা দিবস, National Scientific Temper Day (NSTD) , অহা ২০ আগষ্ট, ২০২৪ তাৰিখে পালন কৰা হ’ব। ২০১৩ চনৰ আগষ্ট মাহৰ এই দিনটোতেই মৌলবাদী আৰু বিজ্ঞানবিৰোধী সন্ত্রাসবাদীৰ হাতত গুলীবিদ্ধ হৈ মৃত্যু বৰণ কৰিছিল যুক্তিবাদী লেখক, অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে নিবন্তৰ যোদ্ধা ডাঃ নবেন্দ্র দাভোলকাবে। দাভোলকাবৰ পিছত একে ধৰণে শ্বহীদ হৈছিল বৈজ্ঞানিক চিন্তাধাৰা, যুক্তি, অনুসন্ধিৎসুতা, সমতা আৰু ন্যায়ৰ মানৱতাবাদী মূল্যবোধৰ হকে অবিৰত যুঁজ চলাই অহা গোবিন্দ পানছাৰে, অধ্যাপক এম. এম. কালবুর্গী, সাংবাদিক গৌৰী লংকেশ,আদি।

অল ইন্ডিয়া পিপলছ ছায়েন্স নেটৱর্কে  বিভিন্ন আন আন জনবিজ্ঞান আন্দোলনৰ সংগঠনৰ
সহযোগত ২০১৮ চনৰ ২০ আগষ্টত প্রথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বৈজ্ঞানিক মানসিকতা দিবস পালন কৰিবলৈ আহ্বান জনায়। প্রথমটো বছৰৰ পৰাই এই দিবসে সমাজৰ বিভিন্ন শ্রেণীৰ বিভিন্ন গোট আৰু ব্যক্তিৰ মাজত গভীৰ আস্থাৰ সৃষ্টি কৰিছে আৰু ভাৰতৰ বেছিভাগ ৰাজ্যতে ইয়াক বিভিন্ন ধৰণে পালন কৰা হৈ আহিছে।

চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত কলকাতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় অধিবেশনত ‘ বৈজ্ঞানিক মানসিকতা ঘোষণা পত্রখন’ গ্রহণ কৰা হয় আৰু পিছত এই ঘোষণা পত্রই সমগ্র দেশৰ বিজ্ঞানী, শিক্ষাবিদ, ছাত্র-ছাত্রী, জন-বিজ্ঞান কর্মী আৰু জনসাধাৰণৰ পৰা ব্যাপক সমর্থন লাভ কৰে।
বিশেষকৈ বৈজ্ঞানিক মানসিকতা আৰু জ্ঞান আহৰণৰ ক্ষেত্ৰত দেখা দিয়া প্রত্যাহ্বান, ইয়াৰ বিৰুদ্ধে ক্রমবর্ধমান সামাজিক-ৰাজনৈতিক কার্যকলাপ, ভাৰতত প্রমাণভিত্তিক যুক্তি, সমালোচনাত্মক চিন্তাধাৰা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ দায়বদ্ধতাৰ জৰুৰী প্রয়োজনীয়তাৰ বিষয়ে ২০২৪ চনৰ কলকাতা ঘোষণাপত্রত সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে।
বৈজ্ঞানিক মানসিকতা সম্পর্কে ১৯৮১ আৰু ২০১১ চনৰ ঘোষণাৰ পিছত সমাজ আৰু প্ৰযুক্তিৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণাপত্ৰত উমৈহতীয়া প্রচেষ্টাৰে প্রাকৃতিক আৰু সমাজ বিজ্ঞানৰ লগতে শিল্প- কলা-সাহিত্যৰ সকলো দিশ সামৰি সাধাৰণ মানুহৰ যুক্তিবাদী অভিজ্ঞতাক আঁকোৱালি লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। পৰিকল্পিতভাবে কৰা অজ্ঞানতাৰ প্ৰসাৰ আৰু প্রযুক্তিৰ অপব্যৱহাৰৰ ফলত বিজ্ঞানৰ প্রতি হেৰাই যোৱা আস্থা মানুহৰ মাজত পুনৰ জাগৰিত কৰিবৰ বাবে চেষ্টা কৰা হৈছে।
সমাজৰ বিকাশ, উন্নয়ন আৰু সামাজিক প্ৰগতিৰ বাৰে সৰ্বসাধাৰণৰ মাজত বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত
মূলতঃ এই ঘোষণাপত্ৰত গুৰুত্ব প্রদান কৰা হয়।

Apply Now

বৈজ্ঞানিক মানসিকতা দিবস (NSTD)ৰ মূল লক্ষ্য হ’ল, প্রশ্ন কৰা- কি আৰু কিয় ?

এই দিবস উদযাপনত বিভিন্ন কাৰ্য্যসূচী যেনে সমদল, পদযাত্ৰা, সভা, মানব শৃংখল, বক্তৃতা, নাটক, গীত, পোষ্টাৰ প্রদর্শন, চলচ্চিত্র প্রদর্শন ইত্যাদি বিভিন্ন কাৰ্য্যক্রম হাতত লৈ বৈজ্ঞানিক মানসিকতা আৰু দেশৰ সংবিধানৰ অনুচ্ছেদ ৫১এ (h)-ৰ সুৰক্ষা প্রদানৰ
গুৰুত্ব জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে ।   আমি দৃঢ়তাৰে গ্ৰহণ কৰা বৈজ্ঞানিক মানসিকতা আৰু এই দৃষ্টিভংগীৰ বাস্তৱায়নৰ বাবে কাম কৰি যাবলৈ এই দিৱসত প্রতিজ্ঞাবদ্ধ হৈছোঁ।
ভাষিক আৰু সামাজিক-সাংস্কৃতিক বৈচিত্র আৰু ঐক্য সুৰক্ষিত কৰাৰ লগতে বৈষম্যমুক্ত সমাজৰ বাবে ভাৰতৰ ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী ধাৰণাটোক আগুৱাই নিয়াৰ বাবেও আমি প্রতিশ্রুতিবদ্ধ।

অল ইণ্ডিয়া পিপলছ ছায়েন্স নেটবর্ক (AIPSN)- সমন্ময়ৰক্ষী সমিতি, অসমৰ পক্ষৰ পৰা বিজ্ঞানমনস্কতা দিৱসৰ এই কাৰ্য্যসূচীত ব্যাপকভাৱে অংশগ্রহণ কৰিবলৈ আমি আমন্ত্রণ জনাইছোঁ। অংশীদাৰ সংগঠন ইলোৰা বিজ্ঞান মঞ্চ,  জ্ঞান-বিজ্ঞান সমিতি, ছি,আৰ,ইউ ( এন,ই,আৰ)ৰ বিভিন্ন শাখাই এই দিৱস পালনৰ  বিভিন্ন কাৰ্য্যক্ৰম ইতিমধ্যেই আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd