• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্লোভানিয়াত ক’ৰ’নাৰ সমাপ্তিৰ পাছত ক’ৰ’না শূন্য কম্বোদিয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 16, 2020 2:08 pm

1 min read

শ্লোভানিয়াত ক’ৰ’নাৰ সমাপ্তিৰ পাছত ক’ৰ’না শূন্য কম্বোদিয়া
30.3k
VIEWS
Share on FacebookShare on Twitter

কম্বোদিয়াৰ স্বাস্থ্য মন্ত্ৰীয়ে শনিবাৰে দেশখনৰ একমাত্ৰ ক’ৰ’না আক্ৰান্ত ৰোগী গৰাকী সুস্থ হৈ ঘৰলৈ উভতি যোৱা বুলি উল্লেখ কৰে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে বৰ্তমান দেশখনক ক’ৰ’না মুক্ত বুলিও ঘোষণা কৰে।

কম্বোদিয়াত ১২ এপ্ৰিলতে শেষৰ গৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱা ৰোগী চিনাক্ত হৈছিল।

চীনৰ য়ুহান প্ৰদেশত ক’ৰ’না ভাইৰাছৰ প্ৰাদূৰ্ভাৱ আৰম্ভ হোৱাৰ পাছৰে পৰা কম্বোদিয়ালৈ এই ৰোগ সিচৰি যোৱাৰ পাছতো কম্বোদিয়াত কোনো লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা নায়।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে ইউৰোপৰ প্ৰথমখন দেশ হিচাপে শ্লোভানিয়া চৰকাৰে দেশখনত ক’ৰ’না মহামাৰীৰ সমাপ্তি ঘটা বুলি ঘোষণা কৰিছিল।

শ্লোভানিয়াত বিগত দুসপ্তাহৰ ধৰি প্ৰতিদিনে সাত গৰাকীতকৈ কম লোক ক’ৰ’না ভাইৰাছত নতুনকৈ আক্ৰান্ত হোৱাৰ পাছত দেশখনৰ চৰকাৰে শ্লোভানিয়াত ক’ৰ’না ভাইৰাছৰ মহামাৰীৰ সমাপ্তি ঘটা বুলি ঘোষণা কৰে।

আনহাতে, দেশখনৰ চৰকাৰে যিসকল বিদেশী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ লক্ষণ দেখাপোৱা গৈছে তেওঁলোকক শ্লোভানিয়াত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নাই বুলি কয়।

শ্লোভানিয়াত ১৫০০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১০৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ দ্বাৰা ইউৰোপ আৰু আমেৰিকা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd