• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুলৱামা আক্ৰমণ : কলিয়াবৰত মমবাতি, বন্তি জ্বলাই চহিদক শ্ৰদ্ধাঞ্জলি

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , February 17, 2019 7:51 am

1 min read

পুলৱামা আক্ৰমণ : কলিয়াবৰত মমবাতি, বন্তি জ্বলাই চহিদক শ্ৰদ্ধাঞ্জলি
329
VIEWS
Share on FacebookShare on Twitter

জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ  বৰ্বৰ আক্ৰমণত নিহত হোৱা ৪৪ জন চহিদ বীৰ জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কলিয়াবৰৰ বৃহৎ বাণিজ্য ক্ষেত্ৰ জখলাবন্ধাত কালি অৰ্থাৎ ১৬ ফেব্ৰুৱাৰিত সকলো ব্যৱসায় এক গোট হৈ শ্বহীদৰ প্ৰতি সন্মান জনায় সমগ্ৰ দিনটো জখলাবন্ধাৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখে।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শনিবাৰে সন্ধিয়া জখলাবন্ধাৰ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ কাৰ্য্যালয়ৰ বাকৰিত জখলাবন্ধাৰ ব্যৱসায় সন্থা, বিভিন্ন বাণিজ্য প্ৰতিষ্ঠানৰ কৰ্মৰত ব্যক্তিসকল, স্থানীয় ৰাইজ, জ্যেষ্ঠ নাগৰিক, বিভিন্ন দল-সংগঠনৰ সমূহীয়া অংশগ্ৰহণৰে বন্তি প্ৰজ্বলন, চহিদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, মৌন প্ৰাৰ্থনা, শান্তি মন্ত্ৰৰে সকলোৱে বীৰ চহিদ সকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে।

ইয়াৰোপৰি ‘বন্দে মা তৰম, ভাৰত মাতা কি জয়, পাকিস্তান মুর্দাবাদ, ভাৰতীয় সৈন্য বাহিনী জিন্দাবাদ, ইণ্ডিয়ান আৰ্মী জিন্দাবাদ, পুলিচ প্ৰশাসন জিন্দাবাদ’ ধ্বনিৰে অনুষ্ঠানৰ বাকৰিৰ পৰা জখলাবন্ধাৰ মাজ মজিয়াত সকলোৱে হাতত মম লৈ পৰিভ্ৰমণ কৰি চহিদৰ লগতে চহিদদ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

আনহাতে কলিয়াবৰৰ জখলাবন্ধা হস্পিতাল চাৰিআলিৰ ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে বন্তি-মম জ্বলাই চহিদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে এনেদিন আৰু কেতিয়াও ঘূৰি নহাৰ কামনা কৰে।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd