• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘পুৰণি শতিকাৰ আইনেৰে নতুন শতিকাৰ দেশ গঢ়িব নোৱাৰি’ : কৃষক বিক্ষোভৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2020 6:55 pm
index.jpgk
581
VIEWS
Share on FacebookShare on Twitter

কিছুমান পুৰণি আইন দেশৰ বাবে বোজা স্বৰূপ হৈ পৰিছে, এইবোৰৰ সংশোধন কৰাৰ সময় আহিছে। কিয়নো কিছুমান পুৰণি আইন বিগত শতিকাটোৰ বাবেহে আছিল। কৃষক বিদ্ৰোহে দেশৰ ৰাজধানী আগুৰি থকাৰ সময়তে আজি সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়।

দেশৰ কেবাখনো ৰাজ্যৰ কৃষকে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত যোৱা ১১ দিন ধৰি দিল্লী আৰু ইয়াৰ সীমান্তৰ সংগোযী এলেকাবোৰত নিৰন্তৰ প্ৰতিবাদ সাৱ্স্ত্য কৰি থকাৰ সময়তে প্ৰধানমন্ত্ৰীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে ইতিমধ্যে কৃষক সংগঠনসমূহ আৰু চৰকাৰৰ মাজত অনুষ্ঠিত হোৱা পাঁচলানিকৈ আলোচনা ব্যৰ্থ হৈছে আৰু কৃষক সংগঠনসমূহে ৮ ডিচেম্বৰত দেশজুৰি ভাৰত বন্ধৰ আহ্বান জনাইছে।

লগতে পঢ়ক : কৃষকৰ আহ্বানত কাইলৈ দেশ জুৰি ভাৰত বন্ধ : কেই বজাত আৰম্ভ হৈ কেইবজাত সামৰণি পৰিব এই বন্ধ?

এনে সময়তে প্ৰধানমন্ত্ৰীয়ে সোমবাৰে কয় “দেশৰ উন্নয়নৰ বাবে আইনসমূহ সংশোধন কৰাৰ প্ৰয়োজন আছে। নতুন নিৰ্দেশনাৰে নতুন নতুন সুবিধা অন্তভুৰ্ক্ত কৰি আইনসমূহ সংশোধন কৰাৰ অতি প্ৰয়োজন। পুৰণি শতিকাৰ আইনেৰে আমি নতুন শতিকাক গঢ়িব নোৱাৰিম।”

কিছু আইন যোৱা শতিকাৰ বাবে উপযুক্ত আছিল যদিও চলিত শতিকাৰ বাবে সেইবোৰ বোজা হৈ উঠিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়।

কৃষকে আহ্বান জনোৱা ভাৰত বন্ধৰ এদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কৰা মন্তব্যই কৃষক আন্দোলনতো প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পিছত আন্দোলনৰত কৃষক সংগঠনসমূহে কি প্ৰতিক্ৰিয়া কৰিছে এই প্ৰতিবেদন প্ৰস্তুত কৰি থকা পৰ্যন্ত জানিব পৰা হোৱা নাই।

ইফালে কৃষকে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি কংগ্ৰেছ, ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ, ডিএমকে, সমাজবাদী পাৰ্টি, তেলেংগাণা ৰাষ্ট্ৰ সমিতিসহ দেশৰ সকলোবোৰ বামপন্থী দলেই সমৰ্থন আগবঢ়াইছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd