শেহতীয়াকৈ মাৰ্ক জুকাৰবাৰ্গে ৰেম্পত খোজ কঢ়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। লুই ভিটনৰ ৰঙীন, জিলিকি থকা পোছাক পিন্ধি জুকাৰবাৰ্গে আত্মবিশ্বাসেৰে...
Read moreDetailsযোৱা ৩১ মাৰ্চৰ সন্ধিয়া গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চেন্টাৰ্ ফৰ্ মাল্টিডিছিপ্লিনেৰী ষ্টাডিজৰ উদ্যোগত এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়।...
Read moreDetailsতথ্য প্ৰযুক্তি কোম্পানী গুগল (Google)ক অন্যায় বাণিজ্য পদ্ধতিৰ বাবে বৃহৎ পৰিমাণৰ ধন জৰিমনা বিহা হৈছিল। কম্পিটিশ্যন কমিছন অৱ ইণ্ডিয়াই (CCI)...
Read moreDetailsনিম্ন মানদণ্ডৰ ঔষধ প্ৰস্তুত কৰাৰ অভিযোগত কেন্দ্ৰই ১৮ টা ফাৰ্মাচিউটিকেল কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। তেওঁলোকে আৰু কোনো ঔষধ প্ৰস্তুত কৰিব...
Read moreDetailsভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে অধিসূচনা জাৰি কৰিছে যে ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট (পিপিআই)–ৱালেট বা কাৰ্ড ব্যৱহাৰ...
Read moreDetailsপাইকাৰী মূল্য সূচকাংক (ডব্লিউ পি আই)ৰ তীব্ৰ বৃদ্ধিৰ বাবে বৃদ্ধি পাব ৩৮৪ বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্য। অহা ১ এপ্ৰিলৰ পৰা...
Read moreDetailsআলিবাবা গ্ৰুপৰ প্ৰতিষ্ঠাপক জেক মা এবছৰতকৈও অধিক সময়ৰ পিছত চীনলৈ উভতি আহিছে। সোমবাৰে তেওঁ দক্ষিণৰ হাংঝৌ চহৰৰ এখন বিদ্যালয় পৰিদৰ্শন...
Read moreDetailsঅষ্ট্ৰেলিয়াৰ কোট অৱ আৰ্মছ আৰু ৰাষ্ট্ৰীয় বিমান সংস্থাৰ পিছত কেংগাৰুৰ প্ৰতীক থাকিলেও দেশখনৰ প্ৰশাসনে চিকাৰীসকলক প্ৰতি বছৰে লাখ লাখ কেংগেৰু...
Read moreDetailsআমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগ গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ বৃহস্পতিবাৰে ব্লক ইনক (পূৰ্বতে স্কোৱেৰ ইনক)ৰ ওপৰত ইয়াৰ ব্যৱহাৰকাৰীৰ আধাৰ বৃদ্ধি কৰা আৰু...
Read moreDetailsযোৱা জানুৱাৰীত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ প্ৰতিবেদনৰ পিছত আদানি গ্ৰুপৰ শ্বেয়াৰ দ্ৰুতভাৱে হ্ৰাস পাইছে। ২০২২ৰ ছেপ্টেম্বৰলৈকে ১৫০ বিলিয়ন ডলাৰৰ অধিক মূল্যৰ সম্পত্তিৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd