অসম গ্ৰামীণ বিকাশ বেংকৰ বামুন্দী শাখাত অচলৱস্থাৰ সৃষ্টি হৈছে। বিষয়া-কৰ্মচাৰীৰ অভাৱত হাহাকাৰ অৱস্থা সাধাৰণ গ্ৰাহকৰ। প্ৰায় ১৫ হাজাৰ ৰাইজ সামৰি...
Read moreDetailsভ্ৰমণৰ নামত এজন লোকে সৰ্বাধিক কিমান খৰচ কৰিব পাৰে? এনে অনুমান কৰাটো খুব সহজ নহয় যদিও সাধাৰণতে থুলমুল ধাৰণা এটা...
Read moreDetailsভাৰতীয় প্ৰতিযোগিতা আয়োগে (CCI) শুকুৰবাৰে ৰিটেইলাৰ ফিউচাৰ কুপন প্ৰাইভেট লিমিটেডত অংশীদাৰী ত্বৰান্বিত কৰাৰ বাবে আমাজনৰ চুক্তিৰ বাবে দুবছৰতকৈও অধিক পুৰণি...
Read moreDetailsদেশত গাড়ীৰ নাটনি হৈছে নেকি? যাৰ বাবে দেশৰ প্ৰায় ৭ লাখ গ্ৰাহকে বুক কৰাৰ পিছতো ঘৰ সোমাব পৰা নাই নিজৰ...
Read moreDetailsযোৰহাট জিলাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা জন্তু সৰবৰাহকাৰীৰ কবলৰ পৰা কমেও ২৪টা কুকুৰ উদ্ধাৰ কৰে। এই কুকুৰবোৰ নাগালেণ্ডলৈ চোৰাংভাৱে সৰবৰাহ কৰাৰ...
Read moreDetailsBank Union Strike বৃহস্পতিবাৰৰ পৰা চৰকাৰী বেংকসমূহৰ প্ৰায় ৯লাখ কৰ্মচাৰীয়ে দুদিনীয়া বেংক ধৰ্মঘটত বহিছে। গ্ৰাহকসকলৰ বেংকৰ কিবা কামকাজ থাকিলে সেয়া...
Read moreDetailsবৰ্তমান সময়ত এটকাৰে কিবা কিনিব পৰা যায় নে? তামোল এখনৰ দামেইতো চাৰি-পাঁচ টকা। তেনেহ’লে ১টকাৰ ৰিচাৰ্জ প্লেন আগবঢ়োৱাৰ কথাটো কিমান...
Read moreDetailsআজি অৰ্থাৎ ১৬ ডিচেম্বৰ আৰু কাইলৈ বেংকলৈ নাযাব। এই দুয়োটা দিনত বেংকলৈ গ'লে বিমুখ হৈ উভতিব লাগিব গ্ৰাহকসকলে। কাৰণ কেন্দ্ৰীয়...
Read moreDetailsআন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ স্ব প্ৰতিভাৰ বলত সন্মানীয় আসনত উপৱিষ্ট হৈছে ভাৰতীয় মূলৰ এগৰাকী মহিলা। এংলো-ডাচ্চ এফএমচিজি মেজৰ ইউনিলিভাৰৰ প্ৰথম...
Read moreDetailsঅসমৰ বিখ্যাত আৰু বিৰল প্ৰজাতিৰ চাহ "মনোহৰী গোল্ড টি" য়ে আজি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অনুষ্ঠিত চেল নং ৫০-ত প্ৰতি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd