বাণিজ্য

নৱেম্বৰত কিমান দিন বন্ধ থাকিব বেংক? তালিকাখন চাওক আৰু সেইদৰে কৰক পৰিকল্পনা

নৱেম্বৰ মাহত সমগ্ৰ ভাৰততে বেছিভাগ ৰাজহুৱা তথা ব্যক্তিগত বেংক দেৱালী আৰু গুৰু নানক জয়ন্তীৰ বাহিৰে পাঁচটা দেওবাৰ আৰু দুটা শনিবাৰকে...

Read moreDetails

প্ৰতি কিলোগ্ৰাম চাহপাত ৭৫ হাজাৰ টকাত নিলাম, অভিলেখৰ ধাৰা অক্ষুন্ন গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ

ক’ৰ’ণাতংকই এক প্ৰকাৰ কোঙা কৰি পেলোৱা অসমৰ চাহ উদ্যোগলৈ পুনৰ উভতি আহিছে পূৰ্বৰ সেই সোণালী সুদিন। ক’ৰ’ণাতংকৰ বাবে স্থৱিৰ হৈ...

Read moreDetails

কোভিড-১৯’ৰ প্ৰট’কল মানি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাজ্যৰ পৰ্যটকৰ সমাগম

কোভিড-১৯’ৰ ভয়াবহ সংক্ৰমণৰ মাজতেই সামৰণি পৰিল শাৰদীয় দুৰ্গা পূজাৰ ৷ কোভিড-১৯’ৰ ভয়াবহতা আৰু দীৰ্ঘদিনীয়া লকডাউনে মানুহৰ মনত পেলোৱা প্ৰভাৱৰ অন্ত...

Read moreDetails

Flipkartৰ দেৱালী অ’ফাৰ: স্মাৰ্টফোন, লেপটপত ৮০শতাংলৈকে ৰেহাই; চাওক আৰু কি আছে

Flipkart Big Billion Days ছেল শেষ হৈছে যদিও পুনৰ এবাৰ ঘুৰি আহিছে ছেল। অহা ২৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব প্ৰাক্...

Read moreDetails

ছেমছাং ইলেকট্ৰ’নিকছৰ চেয়াৰমেন লী কুন হি-ৰ পৰলোকপ্ৰাপ্তি

ইলেকট্ৰ’নিকছ পণ্য সামগ্ৰীৰ প্ৰসিদ্ধ বহুজাতিক প্ৰতিষ্ঠান ছেমছাং ইলেকট্ৰ’নিকছৰ চেয়াৰমেন লী কুন হি-ৰ দেওবাৰে পৰলোকপ্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত লী-কুন হি-ৰ বয়স...

Read moreDetails

ATMৰ পৰা ৫০০০টকাৰ বেছি উলিয়ালে ভৰিব লাগিব অতিৰিক্ত চাৰ্জ! সলনি হ’ল কি নিয়ম?

উৎসৱৰ বতৰতে সাধাৰণ নাগৰিকৰ বাবে এটা বেয়া খৱৰ। শীঘ্ৰেই ATMৰ পৰা টকা উলিওৱাবলৈ গ’লে গ্ৰাহকে ভৰিবলগীয়া হ’ব পাৰে অতিৰিক্ত চাৰ্জ।...

Read moreDetails

কৰদাতালৈ সুখবৰ: আয়কৰ প্ৰদানৰ অন্তিম দিন ৩১ ডিচেম্বৰলৈ বৃদ্ধি

দেশৰ কোটি কোটি কৰদাতাক সকাহ দি আয়কৰ বিভাগে আজি এক বিশেষ নিৰ্দেশনা প্ৰকাশ কৰে। আয়কৰ বিভাগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি কৰদাতা...

Read moreDetails

উৎসৱৰ বতৰৰ মাজতে নতুন স্প্লেণ্ডাৰ মুকলি; সলনি হৈছে লুক

উৎসৱৰ বতৰৰ মাজতে হিৰ’ মট’কৰ্পে ভাৰতত নতুন স্প্লেণ্ডাৰ মুকলি কৰিছে। Splendor Plus ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা বাইক। ইয়াৰ বিশেষত্ব হৈছে...

Read moreDetails

প্ৰসিদ্ধ ব্ৰেণ্ড Reebok বিক্ৰী কৰিব adidasয়ে

প্ৰসিদ্ধ ব্ৰেণ্ড ৰিব’ক বিক্ৰী কৰি দিবলৈ ওলাইছে ক্ৰীড়া পোছাক প্ৰস্তুতকাৰী জনপ্ৰিয় সংস্থা এডিডাছে। ইয়াৰ পূৰ্বে এই ব্ৰেণ্ডটোক শেষবাৰৰ বাবে উজ্জীৱিত...

Read moreDetails

কোৱালকমৰ হাতত ধৰি জিঅ’-এ অতি শীঘ্রেই দেশত আৰম্ভ কৰিব 5G পৰিসেৱা : কম মূল্যতে দিব 5G স্মাৰ্টফোন!

দেশত অতি শীঘ্ৰেই আৰম্ভ কৰা হ'ব 5G ইন্টাৰনেট পৰিসেৱা। ভাৰতীয় ব্যক্তিগত খণ্ডৰ টেলিকম সেৱা প্ৰতিষ্ঠান ৰিলায়েন্স জিঅ’-এ ভাৰতত আৰম্ভ কৰিব...

Read moreDetails
Page 79 of 122 1 78 79 80 122

Stay Connected

Recent News