• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুম্বাইৰ ১৮ বছৰীয়া তৰুণৰ কোম্পানীৰ ৫০শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিলে ৰতন টাটাই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2020 4:04 pm
ratan_arjun_750_1588837573_618x347 new

তৰুণ ব্যৱসায়ী অৰ্জুন দেশপাণ্ডে আৰু ৰতন টাটা। ফটো: আজতকৰ সৌজন্যত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰসিদ্ধ টাটা গ্ৰুপৰ স্বত্ত্বাধিকাৰ ৰতন টাটাই মুম্বাইৰ ১৮ বছৰীয়া তৰুণ অৰ্জুন দেশপাণ্ডেৰ দৰৱ বিক্ৰী কৰা কোম্পানী ‘জেনেৰিক আধাৰ’ৰ ৫০ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছে।

কোম্পানীটোৱে ক্ষুদ্ৰ দৰৱ বিক্ৰেতাসকলক বজাৰতকৈ কম দামত দৰৱ বিক্ৰী কৰি আহিছে।

Apply Now

দুবছৰ পূৰ্বে পিতৃ-মাতৃৰ পৰা ধন লৈ দেশপাণ্ডেই তেওঁৰ ব্যৱসায় আৰম্ভ কৰিছিল। টাটাই কিমান টকাৰ অংশীদাৰিত্ব ক্ৰয় কৰিছে সেয়া অৱশ্যে ৰাজহুৱা কৰা নাই।

দেশপাণ্ডেই এই চুক্তিৰ কথা সদৰী কৰিছে যদিও কিমান টকাৰ বিনিময়ত এই চুক্তি সম্পন্ন কৰা হৈছে সেয়া প্ৰকাশ কৰা নাই।

তেওঁ জানিবলৈ দিয়া মতে, বিগত তিনি-চাৰিমাহ ধৰি প্ৰখ্যাত উদ্যোগী ৰতন টাটাই তেওঁৰ প্ৰস্তাৱ সম্পৰ্কে গভীৰভাৱে বিবেচনা কৰে।

দেশপাণ্ডে জানিবলৈ দিয়ে যে দুদিন পূৰ্বেই ৰতন টাটাই জেনেৰিক আধাৰৰ ৫০ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছে।

এই সন্দৰ্ভত শীঘ্ৰেই আনুষ্ঠানিক ঘোষণা কৰা হ’ব বুলিও দেশপাণ্ডেই জনায়।

বাতৰি অনুসৰি, ৰতন টাটাই এই বিনিয়োগ ব্যক্তিগত পৰ্যায়ত কৰিছে আৰু ইয়াৰ সৈতে টাটা গ্ৰুপৰ কোনো সম্পৰ্ক নাই।

ইয়াৰ পূৰ্বেও ৰতন টাটাই অ’লা, পেটিএম, স্নেপডীল, কিউৰোফিট, আৰৱান লেডাৰ, লেন্সকাৰ্ট আৰু লাইবৰেটৰ দৰে কেইবাটাও ষ্টাৰ্টআপ কোম্পানীত বিনিয়োগ কৰিছিল।

দেশপাণ্ডেৰ কোম্পানী জেনেৰিক আধাৰে বছৰি ৬কোটি টকাৰ দৰৱ বিক্ৰী কৰে।

কোম্পানীটোৱে ঔষধ নিৰ্মাণকাৰীৰ পৰা পোনপটীয়াকৈ ঔষধ ক্ৰয় কৰি সেইবোৰ ক্ষুদ্ৰ দোকানীসকলক বিক্ৰী কৰে।

ইয়াৰ ফলত মাজত থকা পাইকাৰী বিক্ৰেতাৰ প্ৰায় ১৬ৰ পৰা ২০ শতাংশ ব্যয় ৰেহাই হয়।

কোম্পানীটোৰ মুম্বাই, বেংগালুৰু আৰু উৰিষ্যাৰ প্ৰায় ৩০টা খুচুৰা বিক্ৰেতা আছে।

জেনেৰিক আধাৰত ফাৰ্মাচিষ্ট, আই টি ইঞ্জিনিয়াৰ আৰু মাৰ্কেটিং প্ৰফেশ্যনলকে ধৰি ৫৫জন কৰ্মচাৰী আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd