• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Google Pay বন্ধ কৰাৰ দাবী; উচ্চ ন্যায়ালয়ত গোচৰ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , May 17, 2020 8:28 am

1 min read

google-pay-app

প্রতিনিধিত্বমূলক ফটো

9.5k
VIEWS
Share on FacebookShare on Twitter

Google Payৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ভাৰতত তেওঁলোকে ৰিজাৰ্ভ বেংক আৰু নেশ্যনেল পেমেন্টছ কৰ্পোৰেশ্যনৰ নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ উঠিছে।

এই বিষয়টো তদন্ত কৰি চোৱাৰ নিৰ্দেশ দিয়াৰ আবেদন জনাই শুভম কাপালে নামৰ এজন ব্যক্তিয়ে দিল্লী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছে।

আবেদনকাৰীয়ে তদন্ত শেষ নোহোৱালৈকে ভাৰতত গুগল পে’ৰ কামকাজ স্থগিত ৰখাৰো দাবী তুলিছে।

উচ্চ ন্যায়ালয়ে আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিছে।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশা মেননৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে এই আবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰ, ৰিজাৰ্ভ বেংক, গুগল পে’ আৰু সংশ্লিষ্ট পক্ষসমূহলৈ জাননী জাৰি কৰিছে।

বিচাৰপীঠখনে আগন্তুক তিনি সপ্তাহৰ ভিতৰত সকলো পক্ষকে উত্তৰ দিয়াৰ নিৰ্দেশ দিয়ে।

দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনত গুগল পে’ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো নিৰপেক্ষ সংস্থাৰ দ্বাৰা তদন্ত কৰাৰ দাবী তোলা হৈছে।

তদুপৰি, তদন্তত অভিযোগ প্ৰমানিত হ’লে এই সংস্থাক বৃহৎ পৰিমানৰ জৰিমনা বিহাৰ বাবেও আবেদন কৰা হৈছে।

আবেদনখনত কোৱা হৈছে যে জৰিমনাৰ সেই বৃহৎ ধনৰাশি দেশৰ কোভিড সাহায্য পুঁজিত ব্যৱহাৰ কৰা হওক।

Recent News

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

a People-In-Delhi-Shouted-

মাজনিশা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিত কঁপি উঠিল ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ, কোনে দিলে এই ধ্বনি?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd