DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জিঅ’ত ‘বসতি লক্ষ্মী’; অংশীদাৰিত্ব ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিল আৰু এক মাৰ্কিন কোম্পানী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2020 11:00 am
facebook-acquires-9-99-stake-in-reliance-jio-for-rs-43574-crore
516
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ সংহাৰৰ মাজতো ৰিলায়েন্স জিঅ’ৰ বাণিজ্যত জয়যাত্ৰা থমকি ৰোৱা নাই।

‘বাণিজ্যে বসতি লক্ষ্মী’ কথাষাৰ যেন সাৰ্থক ৰূপত খাপ খাই পৰিছে মুকেশ আম্বানিৰ ক্ষেত্ৰত।

ৰিলায়েন্সৰ জিঅ’ প্লেটফৰ্মত এইবাৰ আৰু এটা বৃহৎ কোম্পানীয়ে অংশীদাৰিত্ব ক্ৰয়ৰ বাবে আগবাঢ়ি আহিছে।

আমেৰিকাৰ ভিষ্টা ইকুইটি পাৰ্টনাৰ্ছে জিঅ’ প্লেটফৰ্মত ১১,৩৬৭কোটি টকা বিনিয়োগ কৰিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আমেৰিকাৰেই ফেচবুক আৰু আন এটা কোম্পানী ছিলভাৰ লেকে জিঅ’ প্লেটফৰ্মত অংশীদাৰিত্ব ক্ৰয়ৰ কথা ঘোষণা কৰিছে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে সদৰী কৰা মতে এই বিনিয়োগৰ ফলত জিঅ’ প্লেটফৰ্মৰ ইকুইটি হিচাপত ভেল্যুয়েশ্যন ৪.১৯ লাখ কোটি টকা হ’বগৈ।

ভিষ্টাই এই বিনিয়োগৰ জৰিয়তে জিঅ’ৰ ২.৩২ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিব।

এতিয়া ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু ফেচবুকৰ পাছত ভিষ্টা হ’ব তৃতীয়টো আটাইতকৈ বৃহৎ বিনিয়োগকাৰী।

তিনিটা সপ্তাহৰ ভিতৰতে এইদৰে তিনিটা বিনিয়োগকাৰীক অংশীদাৰিত্ব বিক্ৰী কৰি জিঅ’ই আহৰণ কৰিলে ৬০,৫৯৬.৩৭কোটি টকা।

ভিষ্টাই সাধাৰণতে ছফটৱেৰ, ডাটা আৰু প্ৰযুক্তি আধাৰিত কোম্পানীত বিনিয়োগ কৰি আহিছে।

জিঅ’ প্লেটফৰ্মত ফেচবুকে ৯.৯৯শতাংশ অংশীদাৰিত্ব ক্ৰয়েৰে ৪৩,৫৭৪ কোটি টকাৰ বিনিয়োগ কৰিব।

আনহাতে, মাৰ্কিন ইকুইটি কোম্পানী ছিলভাৰ লেকে জিঅ’ প্লেটফৰ্মত ৫,৬৫৫.৭৫কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd