শিক্ষা

ক’ৰ’ণাতংকৰ বাবেই বৃহৎ সিদ্ধান্ত: দশম শ্ৰেণীৰ পৰীক্ষা বাতিল, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

দেশত এতিয়া ক’ৰ’ণাৰ মহা সংহাৰ চলিছে। দেশৰ ১১ খন ৰাজ্যত ক’ৰ’ণাই নিতৌ হাজাৰ হাজাৰ লোকক আক্ৰান্ত কৰিছে। এনে সময়তে মে’...

Read moreDetails

“দেশৰ শিক্ষাব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি সংবেদনশীল হোৱাটো প্ৰয়োজন” : প্ৰিয়ংকা গান্ধী

চিবিএছই (CBSE) পাঠ্যক্ৰমৰ অন্তৰ্গত দশম-একাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ অফলাইন প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰিবলৈ চেণ্ট্ৰেল ব'ৰ্ড অৱ চেকণ্ডাৰী এডুকেচনে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে...

Read moreDetails

‘বেটী বাচাও বেটী পাঢ়াও’! কিন্তু লিংগ-সমতাৰ তালিকাত ভাৰতৰ স্থান বাংলাদেশতকৈও তলত!

চলিত বৰ্ষত ভাৰতত লিংগ বৈষম্যতা দ্ৰুতভাৱে বৃদ্ধি পাইছে। ৱৰ্ল্ড ইক'নমিক ফৰামে (World Economic Forum) প্ৰকাশ কৰা গ্ল'বেল জেণ্ডাৰ গেপ ৰিপ'ৰ্ট...

Read moreDetails

ক’ভিড-১৯ৰ উৎপত্তি সম্পৰ্কে তথ্য লুকুওৱাৰ অভিযোগ অস্বীকাৰ চীনৰ চিকিৎসা বিষয়াৰ

চীনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসা বিষয়াই বুধবাৰে কৈছে যে ক'ভিড-১৯ৰ উৎপত্তি সম্পৰ্কে চীনে বিশ্ব স্বাস্থ্য সংস্থাই নিয়োগ কৰা গৱেষকসকলৰ আগত তথ্য...

Read moreDetails

কৰ’নাৰ আতংক! তিনিচুকীয়াৰ বিদ্যালয়ত ৩৫গৰাকী ছাত্ৰী কোভিড-১৯ পজিটিভ

দেশত কৰ’নাৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণক লৈ আশংকা বৃদ্ধি পাই অহাৰ সময়তে অসমৰ তিনিচুকীয়াৰ এখন বিদ্যালয়ত ৩৫গৰাকী ছাত্ৰীৰ দেহত কোভিড-১৯ পজিটিভ...

Read moreDetails

নিৰ্বাচনৰ পূর্বে ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ দৰমহা মুকলি কৰি দিয়াৰ আহ্বান

ৰাজ্য চৰকাৰে চলিত বর্ষৰ ৩০ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাত বিশাল সমাৱেশ আয়োজন কৰি ৪৫১১ গৰাকী শিক্ষকৰ হাতত নিযুক্তি পত্ৰ প্ৰদান কৰিছিল।...

Read moreDetails

টপচেম চিমেন্ট, ৰটাৰী ক্লাব, আৰু আৰ্য বিদ্যাপীঠ স্কুলৰ অধ্যক্ষলৈ প্ৰতিবন্ধী আদালতৰ চমন

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকৰে প্ৰতিবন্ধী ব্যক্তিৰ সুৰক্ষা আইন,২০১৬ৰ অধীনত প্ৰতিবন্ধী ব্যক্তিৰ বাবে থকা আয়ুক্তৰ ওচৰত দাখিল কৰা...

Read moreDetails

IGNOUৰ নামভৰ্তি আৰু পুনঃপঞ্জীয়নৰ অন্তিম তাৰিখ বৃদ্ধি কৰা হৈছে; কেতিয়া অন্তিম তাৰিখ?

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ নামভৰ্তি আৰু পুনৰ পঞ্জীয়নৰ অন্তিম তাৰিখ বৃদ্ধি কৰা হৈছে। পূৰ্বে প্ৰকাশ কৰা অনুসৰি ২০২১ শিক্ষা...

Read moreDetails

Topcem চিমেন্ট, ৰ’টাৰী ক্লাব অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ অভিযোগ দাখিল

গুৱাহাটীৰ এখন চৰকাৰী স্কুলত প্ৰতিবন্ধী শিক্ষাৰ্থীসকলক টয়লেট ব্যৱহাৰৰ সুবিধা লাভ কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে টপচেম চিমন্ট আৰু ৰ’টাৰী...

Read moreDetails

NEET UG 2021-ৰ প্ৰৱেশ পৰীক্ষাৰ দিন ঘোষণা; চাওক সৱিশেষ

মেডিকেলৰ নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা চলিত বছৰৰ ১আগষ্টত অনুষ্ঠিত হ’ব। সংযুক্ত মেডিকেল প্ৰৱেশ পৰীক্ষা হৈছে নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট...

Read moreDetails
Page 117 of 204 1 116 117 118 204

Stay Connected

Recent News