শিক্ষা

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব। কেৱল লাভ অৰ্জনৰ লক্ষ্যৰে কোনো বেচৰকাৰী বিশ্ববিদ্যালয় চলিব নোৱাৰিব।...

Read moreDetails

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

আন্তঃৰাষ্ট্ৰীয় সংস্থা ‘স্কলাৰ্ছ এট ৰিস্ক’য়ে এক প্ৰতিবেদনত কয় যে ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’। ‘ফ্ৰী টু থিংক-২০২৬ ’ শীৰ্ষক...

Read moreDetails

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

অৰুণাচল প্ৰদেশৰ ইটানগৰত বুধবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা তথা ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ (এফটিআইআই) অধ্যাপক ডমিনিক চাংমাক দুজন...

Read moreDetails

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দিল্লীৰ অতি কমেও ৭৫ খন চৰকাৰী বিদ্যালয়ক চৌহদত বন্তি প্ৰজ্বলন কৰিবলৈ নিৰ্দেশ দিয়া...

Read moreDetails

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা (চি-টেট) পৰীক্ষাৰ সময়সূচী সলনি কৰা হৈছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ২২ সংখ্যক...

Read moreDetails

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

বাংগালুৰুস্থিত নেচনেল ল’ স্কুল অৱ ইণ্ডিয়া ইউনিভাৰ্ছিটীত কাৰাৰুদ্ধ সমাজকৰ্মী উমৰ খালিদৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ প্ৰদৰ্শনৰ প্ৰস্তাৱক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ...

Read moreDetails

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত চৰকাৰী হস্তক্ষেপ আৰু শিক্ষাৰ্থীৰ মত প্ৰকাশৰ অধিকাৰৰ ওপৰত চলা দমন নীতিৰ ফলত শৈক্ষিক...

Read moreDetails

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

শেহতীয়াকৈ সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা NEET-UG য়ে সমগ্ৰ দেশতে এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছিল। এইবাৰ সেই পৰীক্ষাৰ পদ্ধতি সলনি হ’বলৈ...

Read moreDetails

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসমৰ বাবে গৌৰৱৰ আন এক খবৰ কঢ়িয়াই আনিছে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰীয়ে। বিশ্ববিদ্যালয়খনৰ গুৱাহাটীৰ চৌহদত বি ফাৰ্ম অধ্যয়ন কৰি...

Read moreDetails

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

ইছলামীয় শিক্ষানুষ্ঠানসমূহৰ পৰ্যালোচনাৰ অংশ হিচাপে পশ্চিমবংগ চৰকাৰে ৰাজ্যখনৰ ২৫২ খন মাদ্ৰাছা বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ সমান্তৰালকৈ প্ৰথম পৰ্যায়ৰ...

Read moreDetails
Page 4 of 246 1 … 3 4 5 … 246

Stay Connected

Recent News