ৱেব জগতত প্ৰৱেশ মোহময়ী মাধুৰী দীক্ষিতৰ; নেটফ্লিক্সৰ প্ৰথম ছিৰিজৰ ভিডিঅ’ মুকলি (চাওক ট্ৰেইলাৰ)

বলীউদৰ বহু তাৰকা শিল্পীৰেই নতুন ঠিকনা এতিয়া ৱেব জগত। শেহতীয়াকৈ এই তালিকাত নাম লিখিছে মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতে। নেটফ্লিক্সৰ এটা...

Read moreDetails

হাস্পাতালত ভৰ্তি অভিনেতা-পৰিচালক অমল পালেকৰ; কি হৈছে ‘গোলমাল’ৰ নায়কগৰাকীৰ?

বলীউদৰ লগতে মাৰাঠী চলচ্চিত্ৰ জগতৰ এগৰাকী বলিষ্ঠ বৰ্ষীয়ান অভিনেতা অমল পালেকৰক হাস্পাতালত ভৰ্তি কৰা হৈছে। তেওঁ কোভিড-১৯ত আক্ৰান্ত হৈছে। সত্তৰৰ...

Read moreDetails

অস্কাৰৰ দৌৰত দলিত মহিলা সাংবাদিকৰ গাঁথা ‘ৰাইটিং উইথ ফায়াৰ’

এই বৰ্ষৰ অস্কাৰ বঁটাৰ বাবে মনোনীত হৈছে এখন বিশেষ ছবি। চলচ্চিত্ৰ নিৰ্মাতা সুস্মিত ঘোষ আৰু ৰিণ্টু থমাছৰ ‘ৰাইটিং উইথ ফায়াৰ’ক...

Read moreDetails

হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি মহাভাৰতৰ ‘ভীম’ প্ৰবীণ কুমাৰ ছবতিৰ

মহাকাব্য মহাভাৰতৰ ওপৰত নিৰ্মিত জনপ্ৰিয় টিভি ধাৰাবাহিক ‘মহাভাৰত’ৰ ‘ভীম’ প্ৰবীণ কুমাৰ ছবতিৰ পৰলোক প্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল...

Read moreDetails

সুৰ সম্ৰাজ্ঞীৰ অন্তিম যাত্ৰাৰ এখন ভাইৰেল ছবিয়ে তুলি ধৰিলে ‘ভাৰতীয়তা’ৰ প্ৰতিফলন!

সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ মহাকাব্যিক জীৱনৰ বিষয়ে ক’বলৈ গ’লেই এটা কথাই আউল লগাব, আৰু সেয়া হ’ল ’কাহা শুৰু, কাহা খতম’।...

Read moreDetails

‘এয়া অপূৰণীয় ক্ষতি’, সুৰ সম্ৰাজ্ঞীৰ প্ৰয়াণত শোকাভিভূত প্ৰধানমন্ত্ৰী মোদী; ৰাষ্ট্ৰীয় শোক ঘোষণা

দেওবাৰে পুৱা ৮বাজি ১২ মিনিটত ৯২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে সুৰ সম্ৰাজ্ঞী কিংবদন্তি লতা মংগেশকাৰৰ। কোকিলকণ্ঠী শিল্পীগৰাকীৰ মৃত্যু ভাৰতৰ সাংস্কৃতিক...

Read moreDetails

কিংবদন্তি সুৰ সম্ৰাজ্ঞী, ভাৰতৰত্ন লতা মংগেশকাৰৰ দেহাৱসান

কিংবদন্তি সুৰ সম্ৰাজ্ঞী, ভাৰতৰত্ন কোকিলকণ্ঠী লতা মংগেশকাৰৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২বছৰ। দেওবাৰে পুৱা ৮ বাজি ১২...

Read moreDetails

স্বাস্থ্যৰ অৱনতি! পুনৰ ভেন্টিলেশ্যনলৈ নিয়া হৈছে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰক

কিংবদন্তি কণ্ঠশিল্পী ভাৰতৰত্ন লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে পুনৰ ভেন্টিলেশ্যনত দিয়া হৈছে। কিছুদি পূৰ্বে কৰ’নাত আক্ৰান্ত হৈছিল ৯২ বছৰীয়া...

Read moreDetails

দিল্লীৰ ঘৰ বিক্ৰী কৰিলে অমিতাভ বচ্চনে; দাম শুনিলেই চকু কপালত উঠিব আপোনাৰ!

বলীউদৰ কিংবদন্তি অভিনেতা অমিতাভ বচ্চনে তেওঁৰ দিল্লীৰ গুলমোহৰ পাৰ্কত থকা ঘৰটো বিক্ৰী কৰিলে।মহাৰাষ্ট্ৰত বচ্চন পৰিয়ালৰ অজস্ৰ সম্পত্তি থাকিলেও দিল্লীত থকা...

Read moreDetails

খুলি দিয়া হৈছে ভেন্টিলেশ্যন; কেনে আছে কোকিলকন্ঠী কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ?

যোৱা তিনি সপ্তাহ ধৰি পৰিয়ালসহ অনুৰাগীসকলে উদ্বিগ্নতাৰে দিন কটাই অহাৰ পাছত অৱশেষত সুৰ সম্ৰাজ্ঞী কোকিলকন্ঠী কিংবদন্তি কন্ঠশিল্পী লতা মংগেশকাৰ সুস্থ...

Read moreDetails
Page 82 of 149 1 81 82 83 149

Stay Connected

Recent News