• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৰ্হতাহীন বলীউড তাৰকা! বলীউডত নাই কংগনাৰ বন্ধুৰ যোগ্য তাৰকা: খোদ নিজ মুখেৰে ক’লে কংগনাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2022 7:57 pm
Kangana Ranaut
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বলীউডতে এনে কোনো তাৰকা নাই, যাৰ কংগনা ৰাণাৱটৰ সৈতে বন্ধুত্ব গঢ়াৰ যোগ্যতা আছে। কংগনাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰয়োজনীয় অৰ্হতাই নাই এই বলীউদী তাৰকাসকলৰ। এই কথা নিজ মুখেৰেই প্ৰকাশ কৰিছে খোদ অভিনেত্ৰী গৰাকীয়ে।

সময়ে সময়ে বিতৰ্কিত মন্তব্যৰে বাতৰিৰ শিৰোনাম দখল কৰা কংগনা ৰাণাৱটৰ শেহতীয়া এই বিস্ফোৰণ ঘটাইছে। বলীউডৰ প্ৰতিষ্ঠিত কলা-কুশলীৰ বিৰুদ্ধে সততে সৰৱ হৈ থকা কংগনাৰ এই মন্তব্যই এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে।

Apply Now

ইউটিউব চেনেল কাৰ্লী টেলছৰ সৈতে এক সাক্ষাৎকাৰত কংগনাই কয় যে বলীউড উদ্যোগটোত তেওঁৰ কোনো বন্ধু নাই। আনকি কংগনাই বলীউডৰ এনে এজন ব্যক্তিৰ কথা ভাবিব নোৱাৰে, যাক তেওঁ নিজৰ ঘৰলৈ ঘৰত নিমন্ত্ৰণ কৰিব পাৰে।

ইউটিউব চেনেলটোৰ সাক্ষাৎ গ্ৰহণকাৰীজনে কংগনাক তিনিজন লোকৰ নাম ক’বলৈ কয়, যিকেইজনক তেওঁ নিজৰ ঘৰত দেওবাৰে আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাব পাৰে।

এই প্ৰশ্নৰ উত্তৰত কংগনাই কয়, “বলীউডৰ কোনো তাৰকাই এই সেৱা লাভৰ বাবে যোগ্য নহয়। বাহিৰত যদি কোনো বলীউডী তাৰকক লগ পায় বেলেগ কথা, কিন্তু তেওঁলোকক ঘৰলৈ কেতিয়াও নিমন্ত্ৰণ নকৰোঁ।”

আনহাতে বলীউডত তেওঁৰ কোনো বন্ধু নাই নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কংগনাই কয়, “একেবাৰে নাই, এই সকল লোক মোৰ বন্ধু হোৱাৰ যোগ্য নহয়। ইয়াৰ বাবে অৰ্হতাৰ প্ৰয়োজন।”

উল্লেখ্য যে আহিবলগীয়া নতুন চিনেমা ‘ধাকাড়’ত কংগনাক এজেণ্ট অগ্নি নামৰ এজন চুপাৰ-স্পাই হিচাপে দেখা যাব। ছবিখনৰ আন এটা প্ৰধান চৰিত্ৰত অভিনয় কৰিছে।অৰ্জুন ৰামপালে।

চলচ্চিত্ৰখনৰ প্ৰচাৰৰ সময়ত কংগনাই কয় যে যিসকলে তেওঁৰ সৈতে কাম কৰে তেওঁলোক বলীউডত বৰ্জনৰ সন্মুখীন হোৱাৰ আশংকা আছে। এই বাবে তেওঁৰ চলচ্চিত্ৰসমূহৰ বাবে কাষ্টিং এক ডাঙৰ সমস্যা হৈ পৰিছে বুলিও কংগনাই মন্তব্য কৰে।

আনহাতে অৰ্জুন ৰামপালক এইক্ষেত্ৰত তেওঁৰ সৈতে কাম কৰিব বিচৰা এজন বিৰল অভিনেতা বুলিও অভিহিত কৰে কংগনাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd