মনোৰঞ্জন

ভ্ৰাম্যমাণৰ মঞ্চত বাইকসহ বাগৰি পৰি আঘাতপ্ৰাপ্ত অভিনেতা যতীন বৰা, আহত আন ৭জন

বুধবাৰে সন্ধিয়া বৰপেটাৰ চেঙাত চলি থকা ইতিহাস থিয়েটাৰত ঘটে এক অঘটন। মঞ্চত নাট প্ৰদৰ্শনৰ সময়তে বাইকসহ বাগৰি পৰে জনপ্ৰিয় অভিনেতা...

Read moreDetails

কংগনা ৰাণাৱটৰ ‘ইমাৰ্জেন্সি’ মুক্তিৰ বাটত বিধি-পথালি; চলচ্চিত্ৰখনৰ বিৰুদ্ধে সৰৱ শিখ সমাজ

কনজাংটিভাইটিছ ৰোগত আক্ৰান্ত কংগনা ৰাণাৱট। এফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ বিতৰ্কিত অধ্যায়ৰ আধাৰত নিৰ্মিত ছবি ইমাৰ্জেন্সি মুক্তি পোৱাটো যথেষ্ট...

Read moreDetails

যৌন নিৰ্যাতন! মালয়ালম শিল্পী পৰিষদ ভংগ, বিখ্যাত অভিনেতা মোহনলালৰ সভাপতি পদৰ পৰা পদত্যাগ

মালয়ালম চিনেমা জগতত অভিনেত্ৰীসকলক যৌন নিৰ্যাতন আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰা হেমা কমিটীৰ প্ৰতিবেদনৰ পৰিপ্ৰেক্ষিতত কেৰালাৰ শীৰ্ষ শিল্পী সংস্থা আম্মা...

Read moreDetails

যৌন নিৰ্যাতনৰ দাবীৰ মাজতে মালয়ালম অভিনেতা ছিদ্দিকৰ ফিল্ম বডিৰ সম্পাদক পদৰ পৰা পদত্যাগ

এগৰাকী মহিলা অভিনেতাৰ যৌন নিৰ্যাতনৰ অভিযোগত মালয়ালম অভিনেতা ছিদ্দিকে এছ’চিয়েশ্যন অৱ মালয়ালম মুভি আৰ্টিষ্টৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰিছে।...

Read moreDetails

বুলডজাৰেৰে ভাঙি পেলোৱা হ’ল নাগাৰ্জুনৰ সম্পত্তি! কি ভুল হ’ল দক্ষিণৰ অভিনেতাজনৰ

দেশৰ অন্যতম ৰাজ্য উত্তৰ প্ৰদেশত বুলডজাৰ ব্যৱহাৰ কৰি কেইবাটাও সম্পত্তি ভাঙি পেলোৱা দেখা গৈছে। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদত। দক্ষিণৰ...

Read moreDetails

ৰাতি কটালেই লাভ কৰিব সুযোগৰ সুৱৰ্ণ জখলা! কুপ্ৰস্তাৱ পাইছিল এইসকল বলীউডৰ তাৰকাই

কাষ্টিং কাউচ শব্দটোৰ সৈতে সকলোৱে পৰিচিত। বিশেষকৈ মনোৰঞ্জন জগতৰ বেছিভাগ তাৰকাই এই অভিজ্ঞতা লাভ কৰে। বলীউড উদ্যোগৰ বহু তাৰকাই লাভ...

Read moreDetails

বীৰুবালা ৰাভাক ডাইনী সজালে পৰিচালক আইমী বৰুৱাই! বিভ্ৰান্তিকৰ শিৰোনামেৰে মুক্তি দিলে তথ্যচিত্ৰ

ডাইনী হত্যা আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন কাম কৰি যোৱা বীৰুৱালা ৰাভাক অপমান কৰিলে নেকি আইমী বৰুৱাই? শেহতীয়াকৈ ৰাষ্ট্ৰীয় বঁটা লাভ...

Read moreDetails

‘টেম্পল অৱ ডুম’ চিনেমাত পিন্ধা টুপী নিলামত বিক্ৰী হৈছে ৫ কোটি টকাৰো অধিক মূল্যত

ইণ্ডিয়ানা জ’নছ ছবি ফ্ৰেঞ্চাইজিৰ দ্বিতীয় সংস্কৰণত অভিনেতা হেৰিছন ফৰ্ডে পিন্ধা ফেড’ৰা টুপীটো নিলামত বিক্ৰী হৈছে। 'টেম্পল অৱ ডুম' ছবিখনৰ বাবে...

Read moreDetails

অসমীয়া সংগীত শিল্পী ‘বাবা’ৰ ‘হল্ড মি টুনাইট’য়ে স্পৰ্শ কৰিলে আই টিউনছ ইউ এছ পপ চাৰ্টৰ ১ নং স্থান

নতুন দিল্লীত থকা অসমৰ বহু বাদ্যযন্ত্ৰ কুশলী 'বাবা'ৰ শেহতীয়া ইংৰাজী একক গীত ‘হল্ড মি টুনাইট’য়ে আই টিউনছ ইউ এছ পপ...

Read moreDetails

‘চুটি কাপোৰত এনেয়ে বহুৱাই ৰাখিছিল বিবেক অগ্নিহোত্ৰীয়ে’; গুৰুতৰ অভিযোগ অভিনেত্ৰী তনুশ্ৰীৰ

ভাৰতত MeeToo আন্দোলন তেওঁৰ পৰাই আৰম্ভ হৈছিল। তেওঁ নানা পাটেকাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ দেশতে তোলপাৰৰ সৃষ্টি...

Read moreDetails
Page 27 of 190 1 26 27 28 190

Stay Connected

Recent News