DMCA.com Protection Status

মনোৰঞ্জন

ক্ষোভত ফাটি পৰিল ‘শক্তিমান’ মুকেশ খান্না, কাক খেদি খেদি পিটিবলৈ উপদেশ দিলে শক্তিমানে, কিয়?

মঙলবাৰে হঠাৎ টুইটাৰকে ধৰি সামাজিক মাধ্যমসমূহত 'শক্তিমান' মুকেশ খান্নাৰ মৃত্যু সংবাদ বিয়পি পৰে। ইয়াৰ পূৰ্বে তেওঁৰ অসুস্থ হোৱাৰো কোনো খবৰ...

Read more

ক’ভিড-১৯ক লৈ এইবাৰ নতুন ‘কনস্পাইৰেচী থিয়ৰী’ৰ আৱিষ্কাৰ কংগনাৰ, জানিলে অবাক হ’ব আপুনি!

টুইটাৰৰ পৰা চিৰদিনৰ বাবে নিলম্বিত হোৱাৰ পাছত ইনষ্টাগ্ৰামতে নিজৰ আজৱ ভাষ্যসমূহ প্ৰদান কৰি আহিছিল কংগনা ৰানাৱটে। কিন্তু ইনষ্টাগ্ৰামতো একেধৰণৰ শাস্তিৰ...

Read more

মাতৃ দিৱস উপলক্ষে ৰিয়া চক্ৰৱৰ্তীয়ে মনত পেলালে সৰুতে তেওঁক মাকে কি উপদেশ দিছিল, চাওক!

মাতৃ দিৱস উপলক্ষে ইনষ্টাগ্ৰামত এটা স্পৰ্শকাতৰ প'ষ্ট কৰিছে বলিউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে। দেওবাৰে ৰিয়াই প'ষ্টটোত তেওঁৰ মাতৃ আৰু তেওঁৰ এখন...

Read more

কৰ’নাত আক্ৰান্ত কংগনা ৰানাৱট; সম্প্ৰতি হোম কোৱাৰেন্টাইনত আছে অভিনেত্ৰীগৰাকী

এইবাৰ কৰ’নাত আক্ৰান্ত হৈছে বলীউদৰ অভিনেত্ৰী কংগনা ৰানাৱট। ইনষ্টাগ্ৰামত নিজেই সদৰী কৰিছে এই কথা। কংগনাই জানিবলৈ দিয়ে যে তেওঁৰ শৰীৰত...

Read more

ক’ভিড লকডাউন : দিল্লীত ১০,০০০ প্ৰব্ৰজিত শ্ৰমিকক খাদ্য সামগ্ৰী বিতৰণ কৰিব ছানি লিয়নীয়ে

ক'ভিড পৰিস্থিতি প্ৰব্ৰজিত শ্ৰমিকসকলে নানাধৰণৰ আহুকালৰ সম্মুখিন হৈ আহিছে। যোৱা বৰ্ষত অসংখ্য প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশাৰ কথা সকলোৱে জানে। শেহতীয়াকৈ বলিউডৰ...

Read more

ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে সংগীতশিল্পী লাকী আলিয়ে! কি ক’লে অভিনেত্ৰী নাফিছা আলিয়ে?

ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হ'ল নেকি যশস্বী সংগীতশিল্পী লাকী আলিৰ? মঙলবাৰে আবেলি সংগীতশিল্পীজন মৃত্যু হোৱা বুলি বাতৰি উলোৱাৰ পাছতে অনুৰাগীমহলৰ...

Read more

পুনৰ দেৱদূতৰ ৰূপত ছনু সুদ, প্ৰাণৰক্ষা কৰিলে ২২জনকৈ ক’ভিড ৰোগীৰ, যোগান ধৰিলে অক্সিজেন

বলিউডৰ অভিনেতা ছনু সুদ আৰু তেওঁৰ সহযোগী স্বেচ্ছাসেৱকসকলে প্ৰাণৰক্ষা কৰিলে ২২ জনকৈ ক'ভিড-১৯ ৰোগীক। মঙলবাৰে অভিনেতা আৰু তেওঁৰ সহযোগী স্বেচ্ছাসেৱকসকলে...

Read more

নিৰ্বাচনত পৰাজিত অভিনেত্ৰীক ‘নগৰৰ নটী’ আখ্যা বংগৰ বিজেপি নেতা তথাগত ৰায়ৰ, বিতৰ্কৰ সূত্ৰপাত

অভিনেত্ৰী তথা দলৰ পৰাজীত প্ৰাৰ্থীসকলৰ প্ৰতি অশালীন মন্তব্যৰে বিতৰ্কৰ সূত্ৰপাত ঘটাইছে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত ভিন ভিন...

Read more

টুইটাৰে কৰিলে চিৰদিনলৈ নিষেধাজ্ঞা! ইনষ্টাগ্ৰামত কন্দনামুৱা হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কংগনাৰ

এতিয়াৰে পৰা কোনোদিনেই টুইটাৰযোগে উদ্ভট মন্তব্য আৰু ঘৃণা বিয়পাব নোৱাৰিব কংগনা ৰানাৱটে। শেহতীয়াকৈ ধাৰবাহিকভাৱে বিতৰ্কিত টুইটেৰে চৰ্চিত হোৱা বলিউডৰ অভিনেত্ৰীগৰাকীৰ...

Read more

ভাৰতৰ ক’ভিড যুদ্ধ : অনুৰাগীক বৰঙনি যোগাবলৈ আহ্বান আমেৰিকাৰ এই দুগৰাকী জনপ্ৰিয় পপষ্টাৰৰ

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় পপষ্টাৰ কেটী পেৰী আৰু কেমিলা কেবেল্ল'ই তেওঁলোকৰ অনুৰাগীসকললৈ এক বিশেষ আহ্বান জনাইছে। ভাৰতৰ ক'ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য...

Read more
Page 70 of 156 1 69 70 71 156

Recent News