পৰিবেশ

চৰাই চিকাৰীৰ বিৰুদ্ধে কাৰ্য ব্যৱস্থা গ্ৰহণৰ আশ্বাস মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰীৰ

মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী থওনাউজাম শ্যামকুমাৰে পৰিভ্ৰমী চৰাই ধৰা তথা চিকাৰ কৰা লোকৰ বিৰুদ্ধে কাৰ্য ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।...

Read moreDetails

কাঠমাণ্ডুত তাপমাত্ৰা নামিল, গোটেই নেপালত কুঁৱলীৰ আচ্ছাদন

বৃহস্পতিবাৰৰ দিনটো বছৰটোৰ আটাইতকৈ ঠাণ্ডা দিন হিচাপে পৰিগণিত হৈছে কাঠমাণ্ডু। নিম্নতম তাপমাত্ৰা ১.৫ ডিগ্ৰী চেলচিয়াছলৈ নমা কাঠমাণ্ডু উপত্যকাত জনসাধাৰণে বৃহস্পতিবাৰে...

Read moreDetails

অসমত নৱেম্বৰ মাহত চাহৰ উৎপাদন হ্ৰাস

যোৱা নৱেম্বৰ মাহত পূৰ্বত্কৈ অসমত চাহৰ উৎপাদন হ্ৰাস পাইছে। ২০১৭ চনৰ নৱেম্বৰত সমগ্ৰ ভাৰততে চাহৰ উৎপাদন হ্ৰাস পোৱাৰ লগতে অসমত...

Read moreDetails

অসমৰ এন আৰ চিৰ আঁৰৰ ব্যক্তি প্ৰদীপ কুমাৰ ভূঞাক জানো আহক

অসমৰ এন আৰ চি উন্নীতকৰণৰ আঁৰৰ প্ৰকৃত নায়ক কোন ? এই কৃতিত্বৰ যেন বহুজনেই দাবীদাৰ হ’ব খোজে। চ’চি্য়েল মীদিয়া বাদেই,...

Read moreDetails

অৰুণাচলৰ নামনিৰ প্ৰস্তাৱিত নদীবান্ধৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে (এনজিটি) অৰুণাচলৰ নামনিত নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত নদীবান্ধটোৰ পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে বিজ্ঞানসন্মত অধ্যয়নৰ নিৰ্দেশ দিছে।...

Read moreDetails

আই আই টি গুৱাহাটীত স্থাপিত হ’ব ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰ

মাজুলীক বান আৰু গৰাখহনীয়াৰপৰা সুৰক্ষা দিয়াৰ বাবে এক ২৩৭ কোটিটকীয়া প্ৰকল্পৰ ৰূপায়ন পৰ্যৱেক্ষণ কৰি থকা ব্ৰহ্মপুত্ৰ ব’ৰ্দৰ বিশেষজ্ঞসকলে আই আই...

Read moreDetails

উজনি অসমত নতুন হাইড্ৰ’কাৰ্বন আৱিস্কাৰ অইল ইণ্ডিয়াৰ

অইল ইণ্ডিয়া লিমিটেডে ব'ম্বে ষ্টক এক্সেইঞ্জক জনোৱা অনুসৰি ২০১৭-১৮ চনৰ দ্বিতীয় আৰু তৃতীয় কুৱাৰ্টাৰত সন্ধানমূলক প্ৰচেষ্টাৰে উজনি অসমৰ ডুমডুমা পে'ট্ৰলিয়াম...

Read moreDetails

বিশেষভাৱে সক্ষম লোকৰ এভাৰেষ্ট আৰোহণত নিষেধাজ্ঞা নেপাল পৰ্যটন বিভাগৰ

নেপালৰ পৰ্যটন বিভাগে অংগচ্ছেদিত আৰু অন্ধ লোকৰ বাবে বিশ্বৰ সৰ্বোচ্চ শৃংগটোৰ আৰোহণ নিষিদ্ধ কৰিছে। শাৰিৰীকভাৱে বাধাগ্ৰস্ত লোকসকলৰ বাবে মাউণ্ট এভাৰেষ্ট...

Read moreDetails

চিয়াঙৰ ঘোলা পানীৰ প্ৰকৃত কাৰণ এতিয়াও অজ্ঞাত : ভাৰত চৰকাৰ

কেন্দ্ৰীয় চৰকাৰে আজি জনাই যে চিয়াঙৰ ঘোলা পানীৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ভূমিস্খলন, ভূমিকম্প বা চীন সীমান্তৰ...

Read moreDetails

মণিপুৰত দুদিনীয়াকৈ বহনক্ষম উন্নয়ন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন

মণিপুৰৰ ইম্ফলত দুদিনীয়াকৈ 'বিশ্বায়নৰ যুগত বহনক্ষম বিকাশ আৰু উত্তৰ-পূব ভাৰত' শীৰ্ষক এখন দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হৈছে। ইম্ফলৰ ডি এম...

Read moreDetails
Page 125 of 126 1 … 124 125 126

Stay Connected

Recent News