DMCA.com Protection Status

পৰিবেশ

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

আই,আই,টি খড়গপুৰে  প্ৰস্তুত কৰি উলিওৱা 'cell filled' নৱ প্ৰযুক্তিৰে বঙাইগাঁও জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলে ৰাজ্যিক  ঘাইপথ-২ ৰ পৰা ৰঙাপানী শিমলুবাৰীলৈ...

Read more

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত সুগৰি পহুৰ পোৱালি উদ্ধাৰ

যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত  এটা বিলুপ্তপ্ৰায় সুগৰি পহুৰ পোৱালি স্থানীয় লোকে উদ্ধাৰ কৰে। জাঁজীমুখৰ প্ৰকৃতি সুৰক্ষা অনুষ্ঠান কেতেকীৰ অন্যতম কৰ্মকৰ্তা...

Read more

পৃথিৱীৰ এবিধ বিৰল প্ৰজাতিৰ ‘উভয় লিংগ’ৰ পক্ষীৰ সন্ধান লাভ!

এবিধ বিৰল প্ৰজাতিৰ পক্ষী দেখা পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনিছিলভিনিয়াত। অৱসৰ প্ৰাপ্ত পক্ষীবিদ জেমী হিলে পেনিছিলভিনিয়াত উভয় লিংগৰ এই বিৰল...

Read more

বিদ্যুতৰ তাঁৰ লগাই হাতী নিধন কৰা তামিলনাডুৰ দুই ভাতৃক তিনি বছৰৰ কাৰাদণ্ড, অসমত কিয় নাই কঠোৰ আইন?

বনভূমিৰ সংকোচনৰ লগে লগে এতিয়া বাধ্যত পৰি হাতীকে ধৰি বহু বন্য জন্তুৱে খাদ্যৰ সন্ধানত জন অৰণ্যলৈ ওলাই আহিবলগীয়া হৈছে। ফলত...

Read more

মঙলত অৱতৰণৰ পাছতে নাছাৰ ৰোভাৰে চলাইছে অনুসন্ধান; প্ৰেৰণ কৰিছে কৌতুহল উদ্ৰেককাৰী ছবি

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ ৰোভাৰে মঙল গ্ৰহৰ পৃষ্ঠত অৱতৰণ কৰি ছবি প্ৰেৰণ কৰা কাম আৰম্ভ কৰি দিছে। মঙলৰ এটা...

Read more

অসমৰ সংৰক্ষণবিদ বিভূতি লহকৰ,নাগালেণ্ডৰ নুকলু ফম ২০২১ৰ হুইটলে বঁটাৰ বাবে মনোনীত

উত্তৰ পূব ভাৰতৰ দুগৰাকী তৃণভূমি সংৰক্ষণবিদক ২০২১বৰ্ষৰ সন্মানীয় হুইটলে বঁটাৰ( Whitley Awards) বাবে মনোনীত কৰা হৈছে। এই বৰ্ষৰ হুইটলে বঁটাৰ...

Read more

পুনৰ চিনেমাত প্ৰাণ পাই উঠিব কাশ্মীৰৰ সৌন্দৰ্য, কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ

জম্মু আৰু কাশ্মীৰৰ প্ৰাকৃতিক সৌন্দৰ্যক চিনেমাত তুলি ধৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা হাতত লৈছে। ইয়াৰ আগতে ষাঠি-সত্তৰ-আশীৰ দশকত বলিউদৰ...

Read more

“ষড়যন্ত্ৰ অথবা হিংসাৰ উদগণি নহয়, সজাগতাৰহে প্ৰচেষ্টা লোৱা হৈছিল” : গ্ৰেটাৰ টুকইট গোচৰত গ্ৰেপ্তাৰ হোৱা অধিবক্তা নিকিতা জেকব

চুইডিছ পৰিৱেশ সুৰক্ষাকৰ্মী গ্ৰেটা থানবাৰ্গে ভাৰতৰ কৃষক আন্দোলনৰ সমৰ্থনত দিয়া টুইটসংক্ৰান্তীয় গোচৰত গ্ৰেপ্তাৰ হোৱা অধিবক্তা নিকিতা জেকবে (৩০) দিল্লী পুলিচৰ...

Read more

মোদী চৰকাৰৰ বৰ্বৰতা : পৰিৱেশকৰ্মী দিশা ৰবীক গ্ৰেপ্তাৰৰ পাছতে ক্ষোভিত বিভিন্ন মহল

দেওবাৰে বাংগালুৰুৰ পৰা ছাত্ৰী তথা পৰিৱেশকৰ্মী দিশা ৰৱীক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে বিভিন্ন মহলত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। আৰক্ষীয়ে...

Read more

দিশা ৰবীৰ গ্ৰেপ্তাৰৰ পাছতে গ্ৰেটাৰ ‘টুকইট’ সন্দর্ভত দুজন পৰিৱেশকৰ্মীলৈ দিল্লী আৰক্ষীৰ চমন জাৰি

পৰিৱেশকৰ্মী তথা ছাত্ৰী দিশা ৰৱীক গ্ৰেপ্তাৰ কৰাৰ এদিন পাছতে গ্ৰেটা থানবাৰ্গৰ টুকইট গোচৰত দিল্লী আৰক্ষীয়ে অধিবক্তা নিকিতা জেকব আৰু এক্টিভিষ্ট...

Read more
Page 31 of 82 1 30 31 32 82

Recent News