গুৱাহাটী

Watch Assamese news: Guwahati news, Assam News, Northeast news live. Read all the latest Guwahati News, Guwahati News Headlines

শিক্ষকক পাঠ্যক্ৰম বহিৰ্ভূত কামৰ পৰা ৰেহাই দি নিয়মীয়া পাঠদানৰ দাবী এছ এফ আইৰ

ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI), অসম ৰাজ্যিক কমিটিয়ে। এক বিবৃতিত সংগঠনটোৱে অভিযোগ...

Read moreDetails

বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত বিজেপিৰ উচ্চ পৰ্যায়ৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

শুকুৰবাৰে সন্ধিয়া ৰাজ্যিক বিজেপিৰ এক উচ্চ পৰ্যায়ৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল...

Read moreDetails

জুবিন গাৰ্গ গোচৰত অমৃতপ্ৰভা মহন্ত আৰু দুই দেহৰক্ষীৰ জামিন আবেদন নাকচ আদালতৰ

জুবিন গাৰ্গ হত্যাৰ গোচৰত শুকুৰবাৰে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে তিনি অভিযুক্ত অমৃতাপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ...

Read moreDetails

নিৰ্বাচনৰ পূৰ্বে ১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ অধিৱেশন; দাখিল কৰা হ’ব লেখানুদান

চলিত অসম বিধানসভাৰ অন্তিমখন অধিৱেশন ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। এই অধিৱেশনতে ৰাজ্য চৰকাৰে আগন্তুক নিৰ্বাচনৰ পূৰ্বে লেখানুদান (ভোট অন...

Read moreDetails

হাতী-মানুহৰ সংঘাত ৰোধৰ অনন্য নিদৰ্শন: তিনিচুকীয়াত চিনাক্ত হ’ল ৮টা পৰম্পৰাগত হাতী অহা-যোৱা কৰা পথ

হাতী-মানুহৰ বৰ্ধিত সংঘাত ৰোধ কৰাৰ লক্ষ্যৰে উজনি অসমৰ তিনিচুকীয়া জিলাৰ তৰণী সংৰক্ষিত বনাঞ্চলত এক বিশেষ জন-অংশগ্ৰহণমূলক পদক্ষেপ গ্ৰহণ কৰিছে। দেওবাৰে...

Read moreDetails

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- ‘কোনোবাই যদি ঈশ্বৰৰ সন্ধান পোৱা’

কোনোবাই যদি ঈশ্বৰৰ সন্ধান পোৱা -------------------------------------- হৰেকৃষ্ণ  ডেকা ------------------- তোমালোকৰ কোনোবাই যদি ঈশ্বৰৰ সন্ধান পোৱা মোক জনাবাহি আৰু মই তেওঁৰ...

Read moreDetails

গুৱাহাটীৰ দৰ্শকক ভৰপূৰ মনোৰঞ্জন দিলে সূৰ্য্য-অভিষেকে, ১০ অ’ভাৰতে ‘খেল-খতম’; ছিৰিজ জয়

যোৱা বছৰৰ চেম্পিয়ন মেন ইন ব্লুৱে টি-২০ বিশ্বকাপৰ প্ৰস্তুতি ভালদৰে আগবঢ়াই নিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃংখলাত জয়লাভ কৰিলে সূৰ্যকুমাৰ...

Read moreDetails

২০২৬-ত বিজেপিক উৎখাতৰ লক্ষ্য; কংগ্ৰেছক নিৰ্বাচনী মিত্ৰতাৰ উদ্যোগ ল’বলৈ আহ্বান চাৰি বাঁও দলৰ

আজি চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ কাৰ্যালয়ত ৰাজ্যৰ চাৰিটা বাঁও দলৰ ৰাজ্যিক নেতৃবৃন্দৰ এখন যৌথ সভা অনুষ্ঠিত হয়। চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক...

Read moreDetails

চাহ বাগানৰ দুশ বছৰীয়া জয়ন্তী: ৮৪ লাখৰ তোৰণ আৰু ৫ হাজাৰ টকীয়া চেক; কিন্তু দৰমহা আৰু মৰ্যাদাৰ কি হ’ব?

কুঁৱলী আৱৰা এটা দেওবাৰৰ পুৱা। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চামদাং বাইপাছ পথাৰৰ দিশে খোজ লৈছে ৪১ বছৰীয়া মাংৰীয়ে। লগত তেওঁৰ বোৱাৰী...

Read moreDetails

নদীৰ বুকুত প্লাষ্টিকৰ দ’ম, পাৰত বিলাসী তোৰণ: ডুমডুমাত উন্নয়নৰ ফোপোলা স্বৰূপ!

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমা নদীৰ দক্ষিণ পাৰত ৮৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত এক...

Read moreDetails
Page 26 of 127 1 25 26 27 127

Stay Connected

Recent News