২২ তাৰিখ সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আয়োজন কৰা হয় বিশাল অনুষ্ঠানৰ। দেশৰ ধনাঢ্যসকলৰ পৰা আৰম্ভ কৰি...
Read moreDetailsনগাঁও আৰু মৰিগাঁও পাৰ হৈ সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা মেঘালয়ৰ যোৰাবাটত উপস্থিত হয়, য’ত তেওঁ...
Read moreDetailsঅধিনায়কে বেটেৰে অকলেই যুঁজিছে। বাকীসকলৰ অৱদান তেনেই নগণ্য। ফলত বৰ্তমানৰ ৰঞ্জী ট্ৰফীত অসমে বাৰে বাৰে প্ৰতিপক্ষৰ ওচৰত হাৰ মানিব লগা...
Read moreDetailsগুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়খনৰ অধ্যাপক অখিল ৰঞ্জন দত্তক লৈ...
Read moreDetailsঅসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সদস্যই সংঘটিত কৰা কেলেংকাৰিৰ চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ (CBI) তদন্ত বিচাৰিছে কংগ্ৰেছ দলে। অসম...
Read moreDetailsকাইলৈ ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ দেশজুৰি আৰম্ভ হৈছে উৎসৱমুখৰ পৰিৱেশ। ৰাম মন্দিৰৰ...
Read moreDetailsপুনৰ এপিএছচি কেলেংকাৰিত অভিযুক্ত আন এজন বিষয়া সুকন্যা দাসে জামিন পাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে এই কেলেংকাৰিৰ মূল নায়ক ৰাকেশ...
Read moreDetailsগুৱাহাটীস্থিত বিশিষ্ট ব্যৱসায়ী তথা অসমীয়া দৈনিক কাকত অসমীয়া খবৰৰ পৰিচালন সঞ্চালক শৈলেন দত্ত কোঁৱৰে দীৰ্ঘদিনীয়া অসুস্থতাৰ সৈতে যুঁজি শনিবাৰে সন্ধিয়া...
Read moreDetailsকংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা সৃষ্টিৰ প্ৰচেষ্টা। অসমত এই যাত্ৰা ২৫ জানুৱাৰীলৈ চলিব। মণিপুৰৰ পৰা...
Read moreDetailsবৃহস্পতিবাৰে গুৱাহাটীৰ আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ পৰা এগৰাকী ১৪ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যোৱা সোমবাৰে পুৱাৰে পৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd