মুছলমান সংগঠন জমিয়ত উলেমা-ই-হিন্দে অসমত চলি থকা উচ্ছেদ অভিযানক লৈ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। সংগঠনটোৱে দাবী কৰিছে যে অসমত চলা...
Read moreDetailsগুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জিএমচিএইচ) সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীৰ মৃতদেহ চিকিৎসালয়ত এৰি পলায়নৰ চেষ্টা কৰে এজন যুৱকে।...
Read moreDetailsবড়োলেণ্ড আঞ্চলিক পৰিষদ (বিটিচি) নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় ইউপিপিএল (UPPL)। দলটোৱে দেওবাৰে ঘোষণা কৰিছে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। এইবাৰ ১৬...
Read moreDetailsদুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীৰে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসম বিজেপিৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰি অহা...
Read moreDetailsকৃত্ৰিম বানপানীয়ে যোৰাবাটত ভয়াৱহ আতংকৰ সৃষ্টি কৰি বিস্তৃত অঞ্চল বুৰাই পেলোৱাৰ লগতে বৃহস্পতিবাৰে এগৰাকী বাসিন্দাক উটুৱাই লৈ যায়। প্ৰায় ১০...
Read moreDetailsবকো–ছয়গাঁও সম-জিলাত অৱস্থিত আপাৰ লাম্পিত অসম চৰকাৰে আৰম্ভ কৰা পথ মেৰামতিৰ কামত অভিযোগ অনুসৰি এদল মেঘালয় সমৰ্থকে বাধা দিয়াত বৃহস্পতিবাৰে...
Read moreDetailsকটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধানত প্ৰশাসনে ব্যৰ্থ হোৱা বুলি অভিহিত কৰাৰ লগতে বিষয়টোক লৈ হতাশা প্ৰকাশ কৰি বুধবাৰে প্ৰতিবাদ...
Read moreDetailsৰাজ্যৰ নীতিক সমালোচনা কৰা বুলি অভিযোগ উত্থাপন কৰা ভিডিঅ’ পোষ্টক লৈ অসম আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা এফআইআৰ বাতিল কৰিবলৈ...
Read moreDetailsভাৰতৰ উচ্চতম ন্যায়ালয়ে গোলাঘাট জিলাৰ উৰিয়ামঘাট আৰু নিকটৱৰ্তী এলেকাত চলি থকা উচ্ছেদ অভিযানত সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে। ১৮...
Read moreDetailsপ্ৰথমবাৰৰ বাবে ১৮ বছৰৰ ওপৰৰ লোকৰ বাবে অসমত আধাৰ কাৰ্ডৰ আবেদনৰ ক্ষেত্ৰত ব্যাপক বাধা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd