গুৱাহাটী

Watch Assamese news: Guwahati news, Assam News, Northeast news live. Read all the latest Guwahati News, Guwahati News Headlines

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গুৱাহাটীত অবৈধ গো-সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰখা কঠোৰ অভিযানৰ মাজতেই পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ অন্তৰ্গত গৰচুক আৰক্ষী থানাই এক নিয়মীয়া...

Read moreDetails

দেশপ্ৰেম আৰু অনুশাসনৰ পাঠ: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত এন চি চি কেডেটৰ বিশাল প্ৰশিক্ষণ শিবিৰ

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত যোৱা ৫ জুনৰ পৰা ধুবুৰীস্থিত ৭ অসম বেটেলিয়ান ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন চি চি) উদ্যোগত...

Read moreDetails

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

গোৱালপাৰা জিলাৰ ৰামপুৰস্থিত বাডুংদুপ্পা কলাকেন্দ্ৰই সোমবাৰে প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট নাট্য সাধক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন কৰে। পৰম্পৰাগত...

Read moreDetails

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

অসমৰ প্ৰাণৰ শিল্পী, কিংবদন্তি জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত হত্যাকাণ্ড আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া আজি (৮...

Read moreDetails

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

সাধাৰণ জনতাৰ মূৰত মূল্যবৃদ্ধিৰ বোজা জাপি দি চৰকাৰে ঘৰুৱা ৰন্ধন গেছৰ (এল পি জি) চিলিণ্ডাৰৰ মূল্য ২৯ টকা বৃদ্ধি কৰিছে।...

Read moreDetails

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

উত্তৰ-পূব ভাৰতৰ আইন শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গুৱাহাটীস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে এক বিশেষ সফলতা অৰ্জন কৰিছে। ২০২৬...

Read moreDetails

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

উন্নয়নৰ দোহাই দি গুৱাহাটী মহানগৰীত চলি থকা অবাধ বৃক্ষ নিধনৰ ফলত এতিয়া গছ-গছনিৰ স্থান অধিকাৰ কৰিছে কেৱল উৰণীয়া সেতু আৰু...

Read moreDetails

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

বৃহস্পতিবাৰে মাজ নিশা জালুকবাৰীৰ জয়মতী নগৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত চাৰিজনীয়া পৰিয়াল এটাৰ সকলোৱে প্ৰাণ হেৰুৱাইছে। খবৰ অনুসৰি, মৃত লোকসকল...

Read moreDetails

মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

চিকিৎসক আৰু এপ’ল’ হাস্পতাল গুৱাহাটীৰ স্থানীয় মেনেজমেন্টৰ মাজত এক বিবাদ মুকলিকৈ ওলাই আহিছে। চিকিৎসালয়খনৰ চিকিৎসক ফ’ৰামে গোটটোৰ শীৰ্ষ নেতৃত্বৰ পৰা...

Read moreDetails

গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ পৰা সন্ধানহীন চাৰিগৰাকী স্কুলীয়া ছাত্ৰী, কি ঘটিছিল?

গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ চাৰিগৰাকী স্কুলীয়া ছাত্ৰী সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাই স্থানীয় বাসিন্দা আৰু কৰ্তৃপক্ষৰ মাজতো উদ্বেগ...

Read moreDetails
Page 7 of 128 1 … 6 7 8 … 128

Stay Connected

Recent News