• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীৰ ন মাইল আৰু দহ মাইল অঞ্চলত তীব্ৰ জলৱদ্ধতা; যান-জঁট হ্ৰাস কৰিবলৈ দিগাৰু আৰু কইনাধৰাৰ পৰা সলনি কৰা হৈছে বাহনৰ পথ

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 12, 2026 7:45 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ স্বাভাৱিক জনজীৱন পুনৰ ব্যাহত হৈ পৰিছে। ১২ জুলাইত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটীৰ ন মাইল আৰু দহ মাইল অঞ্চলত ভয়াৱহ কৃত্ৰিম সৃষ্টি হয়, যাৰ ফলত কৰ্তৃপক্ষই যান-জঁট হ্ৰাস কৰিবলৈ আৰু যাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ যান-বাহনৰ চলাচলৰ পথ সলনি কৰিবলৈ বাধ্য হৈছে।

প্ৰশাসনৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, গুৱাহাটী অভিমুখী লঘু যান-বাহনসমূহ দিগাৰুৰ পৰা আন পথেৰে ঘূৰাই দিয়া হৈছে। আনহাতে, মহানগৰীৰ পৰা বাহিৰলৈ যোৱা বাহনসমূহ কইনাধৰা পইণ্টৰ পৰা বিকল্প পথেৰে যোৱাৰ ব্যৱস্থা কৰা হৈছে। জলমগ্ন পথ আৰু তীব্ৰ যান-জঁটৰ পৰা হাত সাৰিবলৈ গুৱাহাটীৰ পৰা যাত্ৰা কৰা লোকসকলক নাৰেংগী পথটো বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।

Apply Now

উল্লেখযোগ্য যে দেওবাৰৰ বৰষুণৰ পূৰ্বে শনিবাৰে সন্ধিয়াও মহানগৰীত হোৱা প্ৰবল বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছিল। বাৰিষা কালত গুৱাহাটীৰ বাবে এক নিয়মীয়া সমস্যা হৈ পৰা এই কৃত্ৰিম বানৰ ফলত মহানগৰীৰ দ অঞ্চলসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলত স্থানীয় বাসিন্দাসকল ব্যাপক অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে প্ৰধান পথসমূহত যান-বাহনৰ চলাচলত তীব্ৰ ব্যাঘাত জন্মিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ বাবে ‘অৰেঞ্জ এলাৰ্ট‘ জাৰি কৰাৰ পিছতে পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰৰ বতৰা অনুসৰি, আগন্তুক কেইঘণ্টামানৰ ভিতৰত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা পঞ্চাশ শতাংশতকৈও অধিক। ধাৰাবাহিক বৰষুণৰ ফলত মহানগৰীত অধিক পানী জমা হোৱাৰ লগতে যান-বাহনৰ চলাচল পুনৰ ব্যাহত হোৱাৰ আশংকাই দেখা দিছে।

বৰ্তমান প্ৰশাসনে সামগ্ৰিক পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে আৰু যাত্ৰা কৰাৰ সময়ত জনসাধাৰণক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ৰাইজক জলমগ্ন অঞ্চলসমূহ এৰাই চলিবলৈ, পূৰ্বতেই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু প্ৰশাসনে জাৰি কৰা যান-বাহন সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনাসমূহ মানি চলিবলৈ অনুৰোধ জনাইছে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

July 12, 2026 7:10 pm
প্ৰণৱ দলে আৰু আদিত্য ৰাভাৰ গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা অসম নাগৰিক সন্মিলনৰ, চৰকাৰক কঠোৰ সমালোচনা

প্ৰণৱ দলে আৰু আদিত্য ৰাভাৰ গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা অসম নাগৰিক সন্মিলনৰ, চৰকাৰক কঠোৰ সমালোচনা

July 12, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd