বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই বিশ্বৰ নেতাসকলক কৰ’না ভাইৰাছৰ সংকটৰ সময়ত ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। সংস্থাটোৱে যুদ্ধৰ বিপৰীতে...
Read moreDetailsৰাজ্যত ৫৮৫৩ গৰাকীলৈ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। সোমবাৰে নিশা নতুনকৈ আৰু ২৬৭জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। নতুনকৈ আক্ৰান্ত...
Read moreDetailsযোৱা শনিবাৰে যোৰহাটৰ অৱৰুদ্ধ এলেকা হিচাপে ঘোষিত অঞ্চলত আৰু দুগৰাকী লোকৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে। যোৰহাট জিলাৰ উপায়ুক্তই জনোৱা...
Read moreDetailsধুবুৰী চহৰৰ আজিজ ল’জত কোৱাৰেন্টাইন হৈ থকা সুনীল ৰয় নামৰ এগৰাকী ৫০বছৰীয়া ব্যক্তিয়ে সোমবাৰে পুৱা আত্মহত্যা কৰে। ধুবুৰীৰ চক্ৰ বিষয়া...
Read moreDetailsদেশত কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে। সোমবাৰে দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪লাখ ২৫হাজাৰ অতিক্ৰম কৰিছে। দেশত বিগত ১১দিনৰ...
Read moreDetailsদেশত কৰ’না সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ বাবে সকলো উদ্বিগ্ন হৈ পৰিছে। ইয়াৰ মাজতে ফাৰ্মা কোম্পানী চিপ্লা (CIPLA)ই কৰ’না ভাইৰাছৰ...
Read moreDetailsকৰ’না ভাইৰাছৰ সংক্ৰমণ দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰতিদিনে কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পাই অহা ঘটনাই স্বাভাৱিকতে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। স্বাস্থ্য...
Read moreDetailsআন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত কয় যে আমাক একত্ৰিত কৰিছে, সংযোগিত কৰিছে, আৰু...
Read moreDetailsৰাজ্যখনত শনিবাৰে নিশা নতুনকৈ ২৪৯জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে। সেইদৰে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৫২৫৫জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত সক্ৰিয়...
Read moreDetailsভোক বেছিকৈ লাগিলে আমি মুখৰ আগৰ যি পাওঁ তাকে খাই ভোক পলুৱাব খোজো। কিন্তু এই পৰিস্থিতিত বহু সময়ত কিবা খোৱাৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd