DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খালী পেটত এইসমূহ খাদ্য খালে আপুনি পস্তাব

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2020 6:20 pm
You will regret a lot if you eat these foods on an empty stomach

ছবি সৌজন্য-- newscrab.com

14.4k
VIEWS
Share on FacebookShare on Twitter

ভোক বেছিকৈ লাগিলে আমি মুখৰ আগৰ যি পাওঁ তাকে খাই ভোক পলুৱাব খোজো। কিন্তু এই পৰিস্থিতিত বহু সময়ত কিবা খোৱাৰ পিছতে পেটৰ গুৰুতৰ বিষ আৰম্ভ হয়। কিয় এনে হয় তাৰ উত্তৰ আগবঢ়াইছে Newscrab.comএ।

খালী পেট আৰু ভোকাতুৰ পেটৰ মাজত পাৰ্থক্য কি?

খালী পেট মানে হ’ল দিনটোৰ আৰম্ভণিৰ প্ৰথমটো মাইল। অৰ্থাৎ তাৰ আগতে আপুনি একো খোৱা নাই।

এই ফল নাখাব–

– ঠাণ্ডা দিনত খালী পেটত মধুৰী খালে আপোনাৰ পেট বিষাব পাৰে। কিন্তু একে সময়তে গৰমত খালী পেটত মধুৰী খালে ইয়াৰ ভাল ফল আছে।

খোৱাৰ পিছত পেট কিয় বিষায়

–বতৰৰ উপৰি এই কথাও মনত ৰাখিব যে মধুৰী খালে খোৱাৰ পিছত কেতিয়াও পানী খাব নালাগে। অন্যথা পেটৰ বিষ বা বদহজম হ’ব পাৰে। অৱশ্যে একো ফল খোৱাৰ পিছতে লগে লগে পানী খাব নালাগে।

–ঠাণ্ডা দিনত খালী পেটত আপেল খালে ৰক্তচাপ বাঢ়িব পাৰে। কিন্তু গৰমৰ দিনত আপুনি খালী পেটত আপেল খাব পাৰে।

– বতৰৰ পৰিস্থিতি দৈৰ ক্ষেত্ৰতো খাটে। ঠাণ্ডা দিনত খালী পেটত দৈ খাব নালাগে। কিন্তু গৰমত আপুনি এই কাম কৰিব পাৰে।

গোটেই কথাটো কি?

গৰম দিনত খালী পেটত দৈ খোৱাৰ পিছত কাৰোবাৰ যদি ৰক্তচাপ কমিছে তেন্তে ইয়াৰ অৰ্থ ৰক্তচাপ ইতিমধ্যে কম আছে, দৈ খোৱাৰ পিছত সমস্যাটোৰ উদয় হৈছে। আনহাতে দৈ খোৱাৰ পিছত কাৰোবাৰ যদি টোপনিৰ ভাব আহে ইয়াৰ অৰ্থ হৈছে পাচন ব্যৱস্থাটোৱে খুব ধীৰ গতিত কাম কৰিছে আৰু হজম ঠিকমতে হোৱা নাই।

বিলাহীৰ লগত জৰিত কথা

ঠাণ্ডা দিনত বিলাহী খালী পেটত খাব পাৰি। কিন্তু গৰমৰ দিনত খালে পেট বা বুকু জ্বলিব পাৰে।

ঠাণ্ডা দিনত খালী পেটত বিলাহী খালে বা সদায় বিলাহীৰ ৰস খালে বহুত চুলি সৰিব পাৰে।

বতৰ মতে চৰ্ত সলনি হয়

আমাৰ হজমী অম্ল আৰু খাৰ ভিত্তিক। টেঙাজাতীয় ফলৰ প্ৰাকৃতিক গুণ হ’ল শীতলতা। খালী পেটত ইয়াক খালে ওপৰ শ্বাসতন্ত্ৰৰ ৰোগ হ’ব পাৰে।

বিশেষজ্ঞই খাদ্যাভ্যাসক লৈ কি কয়

-কিন্তু এই ফলসমূহ গৰম দিনত খালী পেটত খালে আপুনি উপকাৰ পাব। কাৰণ এইবোৰ ৰসাল আৰু ই আপোনাক ডিহাইড্ৰেচনৰ পৰা ৰক্ষা কৰিব পাৰে।

ফলৰ বাহিৰে খাবলৈ একো নাথাকিলে

– ভোক লাগিলে ফল খাব নালাগে। কিন্তু আন একো উপায় নাথাকিলে ফলবোৰ সৰু সৰু টুকুৰা কৰি খাব আৰু সম্পূৰ্ণৰূপে চোবাব।

উদাহৰণস্বৰূপে, খালী পেটত আমি কল খালে পেটৰ বায়ুৰ চলাচল বন্ধ হৈ পৰে। পেটৰ বিষো হ’ব পাৰে।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd