• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত ২৪ঘন্টাত অভিলেখ সংখ্যক ১৫হাজাৰতকৈয়ো অধিক লোক কৰ’নাত আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 21, 2020 12:44 pm

1 min read

Covid-test-image

প্ৰতিনিধিত্বমূলক ফটো

3.5k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণ দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰতিদিনে কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পাই অহা ঘটনাই স্বাভাৱিকতে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৪,১০,৪৬১জনলৈ বৃদ্ধি পাইছে।

এতিয়ালৈকে ২,২৭,৭৫৬জন ৰোগী সুস্থ হৈ উঠিছে।

দেশত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ১৩,২৫৪জন লোকৰ মৃত্যু হৈছে।

আনহাতে, যোৱা ২৪ ঘন্টাত সৰ্বাধিক ১৫,৪১৩জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে।

দেশত এয়া এতিয়ালৈকে সংক্ৰমণৰ সৰ্বাধিক অভিলেখ।

যোৱা ২৪ ঘন্টাত কোভিড-১৯ৰ ফলত দেশত মুঠতে ৩০৬জন লোকৰ মৃত্যু হৈছে।

দেশত আৰোগ্যৰ হাৰ সামান্য বৃদ্ধি পাই এতিয়া ৫৫.৪৮শতাংশ হৈছেগৈ।

যোৱা ২৪ঘন্টাত গোটেই দেশতে ১৩,৯২৫জন কৰ’না আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভকৰিছে।

দেশত বৰ্তমান সক্ৰিয় কোভিড-১৯ ৰোগীৰ সংখ্যা হৈছে ১,৬৯,৪৫১জন।

আইচিএমৰৰ তথ্য অনুসৰি, দেশত এতিয়ালৈকে ৬৮০৭২২৬টা নমুনা পৰীক্ষা কৰা হৈছে। এদিনৰ ভিতৰত যোৱা ২৪ ঘন্টাত ১৯০৭৩০টা নমুনা পৰীক্ষা কৰা হৈছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd