স্বাস্থ্য

ডাঙৰ খবৰ: কোৱাৰেন্টাইনত যাব নেকি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

অসমত কৰ’নাৰ বিৰুদ্ধে যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দি অহা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোৱাৰেন্টাইনত যাবলগীয়া হ’ব পাৰে। হাজোৰ শিঙিমাৰী...

Read moreDetails

কৰ’না মুক্ত হৈ থকা ৰাজ্য মিজোৰামত ওলাল ১২ জন কোভিড-১৯ পজিটিভ ৰোগী

ৰাজ্যখনৰ একমাত্ৰ কোভিড-১৯ পজিটিভ ৰোগীগৰাকী সুস্থ হৈ উঠাৰ পাছত কৰ’না মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰা মিজোৰামত এইবাৰ নতুনকৈ ওলাল ১২...

Read moreDetails

চিবিআইত প্ৰথমবাৰৰ বাবে কৰ’না ভাইৰাছৰ ঘটনা; দুগৰাকী বিষয়াৰ কোভিড-১৯ পজিটিভ

চিবিআইৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত নিযুক্ত দুগৰাকী বিষয়াৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰা ঘটনা পোহৰলৈ আহিছে। সূত্ৰসমূহৰ মতে, তদন্তকাৰী সংস্থাটোত প্ৰথমবাৰৰ...

Read moreDetails

পুনৰ ২২জন কোভিড-১৯পজিটিভ; ৰাজ্যত ১৪৮৫ জনলৈ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা

ৰাজ্যত ১৪৮৫ লৈ বৃদ্ধি পাইছে কৰ'না আক্ৰান্ত ৰোগীৰ সংখ্যা। সোমবাৰে নিশাৰ ভাগত ৰাজ্যত পুনৰ একেলগে ২২ গৰাকীৰ দেহত পোৱা গৈছে...

Read moreDetails

এছিয়ান গেমছৰ স্বৰ্ণ বিজেতা, মণিপুৰৰ বক্সাৰ ডিংকো সিঙৰ দেহত ওলাল কোভিড-১৯পজিটিভ

এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজেতা, মণিপুৰৰ শীৰ্ষস্থানীয় বক্সাৰ নাংগম ডিংকো সিঙৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। খেলুৱৈগৰাকী ইতিমধ্যে লিভাৰ কেন্সাৰত...

Read moreDetails

জনপ্ৰিয় সংগীত পৰিচালক ৱাজিদ খানৰ কোভিড-১৯ত মৃত্যু; শোকস্তব্ধ বলীউদ

বলীউদৰ প্ৰসিদ্ধ তথা জনপ্ৰিয় সংগীত পৰিচালক ৱাজিদ খানৰ পৰলোকপ্ৰাপ্তি ঘটিছে। দেওবাৰে ৱাজিদ খানৰ মৃত্যুৰ বাতৰিয়ে বলীউদক শোকস্তব্ধ কৰি তুলিছে। বলীউদত...

Read moreDetails

শিৱসাগৰত নতুনকৈ সাতজন কৰ’না পজিটিভ; আটাইকেইজনকে ভৰ্তি কৰা হৈছে হাস্পাতলত

ৰাজ্যত কোভিড-১৯ পজিটিভৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে। দেওবাৰে নিশা লৈকে ৰাজ্যত ১৩৩৯ গৰাকী কোভিড-১৯পজিটিভ পোৱা গৈছে। দেওবাৰে শিৱসাগৰ...

Read moreDetails

ৱৰ্ল্ড ন’ টবাক’ ডে|| বিশ্বজুৰি ৪০ নিযুত নাবালকে ব্যৱহাৰ কৰে ধঁপাত

বিশ্ব স্বাস্থ্য সংস্থাই ৱৰ্ল্ড ন’ টবাক’ ডেৰ দিনাই দেওবাৰে প্ৰকাশ কৰিছে এক গুৰুতৰ তথ্য—বিশ্বজুৰি আজিৰ তাৰিখত ৪০ নিযুতকৈয়ো অধিক নাবালকে...

Read moreDetails

কুকুৰাৰ পৰা হ’ব পৰা ক’ভিড-১৯তকৈয়ো মাৰাত্মক মহামাৰীৰ অপেক্ষাত বিশ্ব: বিজ্ঞানী

সমগ্ৰ বিশ্বই ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে বিজ্ঞানীসকলে এইবাৰ কুকুৰা ফাৰ্মৰ পৰা আৰু অধিক গুৰুতৰ বিপৰ্য্যয়ে অপেক্ষা কৰি আছে বুলি...

Read moreDetails

কোভিড-১৯ ৰোগীৰ অন্তিম সৎকাৰত উপস্থিত থকা ৭০জনৰ ভিতৰত ১৮জন ওলাল পজিটিভ

এগৰাকী মৃত কোভিড-১৯ ৰোগীৰ অন্তিম সৎকাৰত উপস্থিত থকা কমেও ১৮ জন লোকৰ কৰ’না পজিটিভ ধৰা পৰিছে। মহাৰাষ্ট্ৰৰ থানে জিলাৰ উলহাছনগৰত...

Read moreDetails
Page 224 of 278 1 223 224 225 278

Stay Connected

Recent News