DMCA.com Protection Status

স্বাস্থ্য

কোন গ্ৰুপৰ তেজ শৰীৰত থাকিলে ষ্ট্ৰোকৰ আশংকা আটাইতকৈ বেছি? সন্ধান ওলাল গৱেষণাত

ষ্ট্ৰোক শব্দটো শুনিলেই মনত আতংকৰ সৃষ্টি হয়। হঠাতে এই মাৰাত্মক ৰোগটোৱে সন্ত্ৰাসবাদীৰ দৰে আক্ৰমণ কৰে। কিন্তু তেজৰ গ্ৰুপটো কি জানিলে...

Read more

ৰজোনিবৃত্তিৰ সময়ত মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়?

ৰজোনিবৃত্তিৰ সময়ত বহু মহিলাই মুত্ৰনলীৰ তথা প্ৰস্ৰাৱৰ সংক্ৰমণত ভোগা দেখা যায়। বৰ্তমানৰ গৱেষণাৰ পৰা দেখা গৈছে যে ৰজোনিবৃত্তি হ’বলৈ ওলোৱা...

Read more

আৰু নহয়! ৫ বছৰ ধৰি কৰ্তব্যত অনুপস্থিত ৬৪ জন চিকিৎসকক বৰ্খাস্ত কৰিলে বিহাৰ চৰকাৰে

পাঁচ বছৰতকৈ অধিক সময় কৰ্তব্যৰ পৰা অনুপস্থিত আছিল। এই অভিযোগৰ বাবে ৬৪ জন চিকিৎসকক বৰ্খাস্ত কৰিছে বিহাৰ চৰকাৰে। জানিব পৰা...

Read more

ঠাণ্ডা দিনত ভৰিত মোজা পিন্ধি শোৱে নেকি? তেন্তে জানি লওঁক এইকেইটা কথা

প্ৰচণ্ড শীতত বহুতৰে অভ্যাস আছে ভৰিত মোজা পৰিধান কৰি শোৱাৰ। বহু ব্যক্তিৰ মাজত এক খুদুৱনি আছে যে ঠাণ্ডা দিনত মোজা...

Read more

অসমৰ ১,০০০ শিশু, প্ৰাপ্তবয়স্কৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ ব্যয় বহন কৰিব ৰাজকোটৰ এটি ন্যাসে

ৰাজকোটস্থিত প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনে অসম চৰকাৰৰ সৈতে অসমৰ ১,০০০ শিশু আৰু প্ৰাপ্তবয়স্কলোকৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ ব্যয় বহন কৰাৰ...

Read more

জন্মতে ওজন আছিল মাত্ৰ ৪০০ গ্ৰাম, চিকিৎসকে কৈছিল জীয়াৰ থকাৰ সম্ভাৱনা ১ শতাংশতকৈও কম

মাত্ৰ ২৪ সপ্তাহত অকালতে জন্মগ্ৰহণ কৰা এটি শিশু। চিকিৎসকৰ মতে যাৰ জীয়াই থকাৰ সম্ভাৱনা আছিল ১ শতাংশতকৈও কম। জন্মতে যাৰ...

Read more

এতিয়াৰ পৰা ১৮ ৰ পৰা ২৫ বছৰ বয়সৰ সকলোৱে বিনামূলীয়াকৈ লাভ কৰিব কণ্ডম  : ৰাষ্ট্ৰপতিৰ ঘোষণা

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ১৮-২৫ বছৰীয়া যুৱক-যুৱতীৰ বাবে বিনামূলীয়া কণ্ডম ঘোষণা কৰিছে। বৃহস্পতিবাৰে এই ঘোষণা কৰিছে ৰাষ্ট্ৰপতি মেক্ৰ’ই। ফলত এই...

Read more

গৰ্ভপাতৰ বড়ি বিক্ৰীত অনুমোদন : এতিয়াৰ পৰা গৰ্ভপাতৰ ঔষধ কিনিবলৈ পাব ফাৰ্মাচীত

আমেৰিকাৰ যিকোনো ব্যক্তিয়েই এতিয়াৰ পৰা ফাৰ্মাচীতে কিনিব পাৰিব গৰ্ভপাতৰ বড়ি । বাইডেন প্ৰশাসনৰ নতুন আইন অনুসৰি প্ৰথমবাৰৰ বাবে গৰ্ভপাতৰ বড়ি...

Read more

৮ মাহত ৪৬ কিলোগ্ৰাম ওজন কমাই পুৰস্কাৰ লাভ কৰিলে দিল্লী পুলিচ বিষয়াই

কেন্দ্ৰিয় শাসিত ৰাজ্য দিল্লীৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই ৮ মাহত কমালে শৰীৰৰ ৪৬ কিলোগ্ৰাম অতিৰিক্ত ওজন। ইয়াৰ বাবে তেওঁক তেওঁৰ...

Read more
Page 34 of 230 1 33 34 35 230

Recent News