ম’ম’- খাদ্যৰসিকৰ খাদ্য সম্ভাৰৰ অন্যতম এক প্ৰিয় উপকৰণ। দিনটোৰ অৱসাদ দূৰৰ লক্ষ্যৰে সান্ধ্য ভ্ৰমণৰ অচিলাৰে পথৰ কাষত কিম্বা ৰেষ্টুৰেণ্টত ম'ম'ৰ...
Read moreDetailsবজাৰত এতিয়া পাচলিৰ মূল্যই আপোনাক নিশ্চয় চিন্তাত পেলাইছে। তাৰ পিছতো কিন্তু আপুনি ক্ৰয় কৰি আনিছে আপোনাৰ কিছু পাচলি। তাৰ মাজতে...
Read moreDetailsতীব্র পেটৰ বিষৰ যন্ত্ৰণাত কাতৰ এগৰাকী মহিলা বিষৰ উপশম বিচাৰি কাষ চাপিছিল চিকিৎসকৰ। পৰীক্ষা-নিৰীক্ষাৰ অন্তত চিকিৎসালয়ৰ চিকিৎসকসকলে বিচাৰি ওলিয়ালে পেটৰ...
Read moreDetailsৰাতিপুৱা যৌন কাৰ্য্যকলাপত লিপ্ত হ’লে শাৰীৰিক আৰু আৱেগিক দুয়োটা দিশতে সুফল লাভ কৰিব পাৰি। কিন্তু মন কৰিবলগীয়া যে ব্যক্তি অনুসৰি...
Read moreDetailsদেহৰ আন যিকোনো কৰ্কটৰোগৰ দৰেই,এই মুখৰ বা মুখগহ্বৰৰ কৰ্কটৰোগ। এইবিধ কৰ্কটৰোগত বিশেষকৈ আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ মানুহ যথেষ্ট পৰিমানে আক্ৰান্ত হোৱা দেখা...
Read moreDetailsআমেৰিকাৰ এছলী ছামাৰ্ছ নামৰ এগৰাকী মহিলাই পৰিয়ালৰ সৈতে ইণ্ডিয়ানাৰ লেক ফ্ৰীমেনলৈ ফুৰিবলৈ গৈছিল। অত্যন্ত গৰমত পিয়াহত কাতৰ হৈ মাত্ৰ ২০...
Read moreDetailsবৃহস্পতিবাৰে অসমত কমেও দুজন লোকৰ ভেক্টৰজনিত ৰোগ জাপানীজ এনকেফেলাইটিছত মৃত্যু হয়। বাতৰি অনুসৰি, সুস্মিতা বসুমতাৰী নামৰ কিশোৰীগৰাকীয়ে এই ৰোগৰ সৈতে...
Read moreDetailsসদাব্যস্ত জীৱনত চাহ একাপ বনাই খাবলৈ হয়তো আপুনি এলাহ কৰিব পাৰে। সময় বচাবলৈ বা ৰাতিপুৱা দৌৰাদৌৰিৰ বাবে টি বেগকেই হয়তো...
Read moreDetailsনাম জিম এৰিংটন, বয়স ৯০। বয়স মাথোন এক সংখ্যা- এই কথাষাৰ যেন সঠিককৈ খাপ খাই পৰে জিমৰ ক্ষেত্ৰত। ৯০ বছৰ...
Read moreDetailsএটা দিন অধিক উৎপাদনশীল কৰি তুলিবলৈ হ'লে পুৱাৰ সময়খিনি আপুনি কেনেদৰে পাৰ কৰিছে, সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ। দিনটোৰ সময়ৰ ব্যৱহাৰ কেনেদৰে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd