আন্ত: ৰাষ্ট্ৰীয়

পাকিস্তানৰ ভূমিত আমেৰিকাৰ সামৰিক ঘাটি নিৰ্মাণ কৰিবলৈ নিদিয়াৰ বাবেই ষড়যন্ত্ৰ; দাবী ইমৰান খানৰ

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সিংহাসন এৰিব লগা হোৱাৰ এমাহমান হ'ল। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ মুৰব্বী ইমৰান খানে আমেৰিকা প্ৰশাসনৰ...

Read moreDetails

ইউৰোপলৈ পুনৰ অশুভ শক্তি ঘূৰি আহিছে: ৰাছিয়াৰ আক্ৰমণক নাজী বাহিনীৰে তুলনা জেলেনস্কিৰ

“ইউৰোপলৈ পুনৰ অশুভ শক্তি ঘূৰি আহিছে”- ৰাছিয়াৰ আক্ৰমণক নাজী জাৰ্মানীৰ সৈতে তুলনা কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে আজি এই মন্তব্য...

Read moreDetails

ইউক্ৰেইনৰ বিদ্যালয়ত ৰাছিয়াৰ বোমা বৰ্ষণ: ৬০ জনৰো অধিক লোকৰ মৃত্যুৰ আশংকা

তিনিমাহ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ দাবানলৰ মাজতে আজি ইউক্ৰেইনৰ পূব অঞ্চল লুহানস্কৰ এখন বিদ্যালয়ত ৰাছিয়াই বোমা বৰ্ষণ কৰাৰ অভিযোগ...

Read moreDetails

যুদ্ধৰ বাহিৰৰ খৱৰ: বেলাৰুচত আটক সাংবাদিকৰ ৰাছিয়ান প্ৰেমিকাক ৬ বছৰৰ কাৰাদণ্ড

বিদ্বেষ বিয়পোৱাৰ অপৰাধৰ যোৱা বছৰ বিমান অৱতৰণ কৰাই আটক কৰা সাংবাদিক ৰোমান প্ৰোটাছেভিছৰ ৰাছিয়ান প্ৰেমিকা ছোফিয়া ছাপেগাক বেলাৰুচৰ এখন আদালতে...

Read moreDetails

পুনৰ চৰ্চাত পুটিনৰ প্ৰাক্তন প্ৰেমিকা! কোন এই এলিনা কাবায়েভা?

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযান চলোৱাৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে চৰ্চাৰ মধ্যমনি হৈ উঠিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। যুদ্ধৰ বাবে ব্যাপক...

Read moreDetails

অস্থিৰ শ্ৰীলংকা! দেশজুৰি বিক্ষোভৰ মাজতে মাজনিশা ঘোষণা কৰা হ’ল জৰুৰী অৱস্থা

মাজনিশাৰ পৰাই শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰিলে দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষেই। তীব্ৰ আৰ্থিক সংকটৰ সময়ত দেশজুৰি বিক্ষোভৰ মাজতে শ্ৰীলংকা চৰকাৰে...

Read moreDetails

ক’ভিদৰ প্ৰাদুৰ্ভাৱ: অনিৰ্দিষ্ট কাললৈ স্থগিত এছিয়ান গেমছ ২০২২

চলিত বৰ্ষৰ ছেপ্টেম্বৰত চীনৰ হাংঝৌত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। যদিও আয়োজকৰ ফালৰ পৰা স্থগিত ৰখাৰ...

Read moreDetails

মাৰাডোনাৰ ‘হেণ্ড অৱ গড’ খ্যাত বিশ্ব কাপৰ জাৰ্চি ৯.৩ মিলিয়ন ডলাৰত নিলাম

১৯৮৬ চনৰ ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল। সমুখ সমৰত ইংলেণ্ড-আৰ্জেণ্টিনা। ফুটবলৰ ৰাজপুত্ৰ মাৰাডোনাৰ দুটাকৈ চাঞ্চল্যকৰ গল; এটা ‘হেণ্ড অৱ গড’, আনটো...

Read moreDetails

সামৰিক অস্ত্ৰ পৰিবহনত ব্যৱহৃত ইউক্ৰেইনৰ ছয় ৰেল ষ্টেচন ধ্বংস কৰিলে ৰাছিয়াই

চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ দাবানলৰ মাজতে আজি ৰাছিয়াই ইউক্ৰেইনৰ ছয়টা ৰেল ষ্টেচন ধ্বংস কৰিছে বুলি দাবী কৰিছে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে। এই...

Read moreDetails

পশ্চিমীয়া দেশৰ সাহায্যপ্ৰাপ্ত যুদ্ধাস্ত্ৰ থকা ইউক্ৰেইনৰ সামৰিক ঘাটি ধ্বংস কৰিলে ৰাছিয়াই

চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ দাবানলৰ মাজতে আজি ইউক্ৰেইনৰ দক্ষিণ-পশ্চিম চহৰ ওডেছাত থকা এটা সামৰিক ঘাটি মিছাইল আক্ৰমণেৰে ধ্বংস কৰিছে ৰাছিয়াই। এই...

Read moreDetails
Page 461 of 485 1 460 461 462 485

Stay Connected

Recent News