আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়াই দেশখনত বন্ধ কৰিলে এমেনেষ্টি ইন্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাচ্চৰ কামকাজ

ৰাছিয়াই দেশখনত আইন উলংঘা কৰাৰ অভিযোগত মানৱ অধিকাৰ বিষয়ক সংস্থা এমেনেষ্টি ইন্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাচ্চকে ধৰি ১৫টা বেচৰকাৰী সংস্থাৰ...

Read moreDetails

২০১৮ ৰ মুম্বাই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদক ৩১ বছৰৰ কাৰাদণ্ড

২০০৮ চনৰ মুম্বাই বিস্ফোৰণৰ মূল খলনায়ক হাফিজ ছয়ীদক ৩১ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। পাকিস্তানৰ এখন আদালতে আজি এই ৰায়...

Read moreDetails

পাকিস্তান উচ্চতম ন্যায়ালয়ৰ ৰায়ত পুনৰ অস্বস্তিত ইমৰাণ খান! আস্থা ভোটৰ দিন ঘোষণা

পাকিস্তানৰ চৰকাৰৰ নাটকীয় পৰিৱৰ্তনৰ দৃশ্যপট সঘনে সলনি হৈছে। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে অনাস্থা প্ৰস্তাৱ বাতিল কৰাকলৈ উপাধ্যক্ষৰ ঘোষণাক অসাংবিধানিক বুলি স্পষ্ট...

Read moreDetails

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ পৰা নিলম্বিত ৰাছিয়া; ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

ইউক্ৰেইনত গণহত্যাৰ অভিযোগত ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ পৰা ৰাছিয়াক নিলম্বন কৰা হৈছে। ২০১১চনত লিবিয়াৰ পিছত এই প্ৰথমবাৰ কোনো দেশৰ বিৰুদ্ধে এনে...

Read moreDetails

যুদ্ধ অসহনীয়: যুদ্ধ কৰিবলৈ অমান্তি ৬০ ৰাছিয়ান পেৰাট্ৰুপাৰ; কাৰাবাসৰ শাস্তিৰ সম্ভাৱনা

চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ এতিয়া অসহনীয় হৈ পৰিছে সৈন্যৰ বাবেও। যুদ্ধই অৱশ কৰি তোলাৰ লগতে মনোবলো ভাঙি পেলাইছে যুদ্ধৰত সৈন্যৰ।...

Read moreDetails

বুচাত নিহত ৯০ শতাংশ নাগৰিকক ৰাছিয়ান সেনাই গুলীয়াই হত্যা কৰাৰ দাবী স্থানীয় মেয়ৰৰ

ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ সমীপৱৰ্তী বুচা চহৰত ৰাছিয়ান সেনাই চলোৱা  নিধনযজ্ঞত নিহত নাগৰিকসকল বোমাৰ আক্ৰমণত নহয়, বৰঞ্চ তেওঁলোকৰ ৯০শতাংশকে গুলী কৰি...

Read moreDetails

এইবাৰ কিম জঙৰ ভগ্নীৰ হুংকাৰ: পাৰমাণৱিক অস্ত্ৰৰে ধ্বংস কৰিব দক্ষিণ কোৰিয়া!

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ হুমকিৰ কথা সকলোৰে জ্ঞাত। সময়ে সময়ে আমেৰিকা আৰু দক্ষিণ কোৰিয়াক ধমকি দি বাতৰিৰ...

Read moreDetails

শ্ৰীলংকাৰ অৰ্থনৈতিক সংকট; ঔষধৰ নাটনি, জৰুৰী স্বাস্থ্য অৱস্থা ঘোষণা

জীৱনদায়িনী ঔষধৰ নাটনিৰ বাবে শ্ৰীলংকাত জৰুৰী স্বাস্থ্য অৱস্থা ঘোষণা কৰা হৈছে। মঙলবাৰৰ পৰাই এই জৰুৰী অৱস্থা কাৰ্যকৰী হ’ব। দেশখনৰ চৰকাৰী...

Read moreDetails

বুচাৰ নাগৰিকৰ সৈতে পশুৰ দৰে ব্যৱহাৰ কৰিছে ৰুছ সেনাই; আজি ৰাষ্ট্ৰসংঘত ভাষণ দিব জেলেনস্কিয়ে

বুচা চহৰ পৰিদৰ্শন কৰি সোমবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে সাংবাদিকৰ আগত বক্তৱ্য ৰাখে। কীয়েভৰ সমীপৱৰ্তী চহৰখনত অসামৰিক নাগৰিকসকলক ৰুছ সেনাই...

Read moreDetails

অৰ্থনৈতিক সংকটত বিধ্বস্ত শ্ৰীলংকা! প্ৰধানমন্ত্ৰীৰ বাদে সকলো কেবিনেট মন্ত্ৰীৰ পদত্যাগ

তীব্ৰ অৰ্থনৈতিক সংকটত জুৰুলা হৈ পৰিছে শ্ৰীলংকা। খাদ্য, ইন্ধনকে ধৰি পণ্য সামগ্ৰীৰ ভয়ংকৰ নাটনিৰ সন্মুখীন হৈছে দেশখন। ৰাজপথত জনতাৰ প্ৰতিবাদে...

Read moreDetails
Page 479 of 495 1 … 478 479 480 … 495

Stay Connected

Recent News